• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপদত পৰিব নেকি ছানি লিয়নী! প্ৰযোজকে তুলিছে প্ৰতাৰণাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 10:04 pm
Sunny Leone
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউদৰ মোহময়ী অভিনেত্ৰী ছানি লিয়নীৰ জনপ্ৰিয়তা সৰ্বপৰিচিত। পৰ্ণগ্ৰাফিৰ জগত এৰি বলীউদত খোজ দিয়াৰ পিছৰে পৰা ছানি লিয়নীয়ে চিনেমা জগতত নিজা এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সপ্ৰতিভ চেহেৰাৰ বাবে নৱপ্ৰজন্মৰ নয়নৰ মণি লিয়নী।

এই জনপ্ৰিয়তাৰ বাবেই বহু চিনেমা প্ৰযোজকৰো ছানি লিয়নীৰ প্ৰতি আছে এক বিশেষ আকৰ্ষণ। পিছে এই আকৰ্ষণৰ বাবেই এখন চিনেমাত চুক্তি কৰাৰ লক্ষ্যৰে অভিনেত্ৰীগৰাকীক ধন দি এতিয়া প্ৰতাৰিত হোৱা বুলি অভিযোগ তুলিছে এগৰাকী প্ৰযোজকে।

Apply Now

এই প্ৰযোজকগৰাকী হৈছে বিনোদ বচ্চন। প্ৰযোজক বচ্চনৰ দাবী মতে, ছানি লিয়নীৰ পৰা তেওঁ ঘূৰাই পাবলৈ আছে ডেৰ কোটি টকা। এই টকা ঘূৰাই দিবলৈ ছানিক কেইবাবাৰো অনুৰোধ কৰাৰ পিছতো অভিনেত্ৰীগৰাকীয়ে কোনো সঁহাৰি দিয়া নাই বুলি দাবী কৰিছে বচ্চনে।

বিনোদ বচ্চনৰ অভিযোগ মতে, তেওঁ এখন ছবিৰ বাবে চুক্তিবদ্ধ কৰিছিল ছানি লিয়নক। নায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ কথা আছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু সেই ছবিখন এতিয়াও নিৰ্মাণ কৰা নাই বিনোদ বচ্চনে আৰু সেয়ে তেওঁ ছানিক দিয়া আগধন ঘূৰাই দিবলৈ অনুৰোধ জনায়।

কিন্তু এই অনুৰোধৰ প্ৰতি ছানি লীয়নীয়ে কোনো সঁহাৰি নিদিয়া বুলি দাবী কৰি বিনোদ চোপ্ৰাই ভাৰতীয় চিনেমা প্ৰযোজকৰ সংস্থা Indian Motion Pictures Producers Association, চমুকৈ IMPPAৰ কাষ চাপে। ইয়াৰ পিছতে সংস্থাটোৱে চমন প্ৰেৰণ কৰে ছানি লিয়নীলৈ।

সেই অনুসৰি অহা ২৫ জুলাইত ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক সন্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব লাগিব অভিনেত্ৰীগৰাকী। সমান্তৰালভাবে এতিয়া অৱতাৰণা হৈছে আন এক প্ৰশ্নৰো। ছবিখন নিৰ্মাণ নকৰাকৈ প্ৰযোজকগৰাকীয়ে কিয় টকা ঘূৰাই বিচাৰিছে বুলি বহুকেইগৰাকীয়ে প্ৰশ্ন তুলিছে।

আনহাতে চিনেমাখনৰ বাবে ছানি লিয়নীয়ে সময় দিব পৰা নাছিল নেকি সেই লৈও প্ৰশ্ন কৰিছে একাংশই। এই বিষয়ত কোনো মন্তব্যও কৰা বিনোদ বচ্চনে। ইফালে অভিনেত্ৰীগৰাকীৰ এক ঘনিষ্ঠ সূত্ৰই এই সমগ্ৰ বিষয়টোৰ সম্পূৰ্ণ তথ্য আছে বুলি উল্লেখ কৰি সময়ত সেয়া উপস্থাপন কৰা হ’ব বুলি উল্লেখ কৰিছে।

একে সময়তে IMPPAৰ অপ্ৰয়োজনীয় হস্তক্ষেপৰ বাবেই সমস্যা সমাধানত পলম হোৱা বুলি দাবী কৰিছে সূত্ৰটোৱে। এতিয়া সময়েহে ক’ব, বচ্চনে তোলা অভিযোগ মতে ছানি লিয়নীয়ে তেওঁৰ সৈতে প্ৰতাৰণা কৰিছে নে ঘটনাৰ আন কোনো ৰহস্যহে আছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd