• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক ৰায়! ধৰ্ষণৰ প্ৰমাণৰ বাবে কৰিব নোৱাৰিব টু ফিংগাৰ টেষ্ট; কঠোৰ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 31, 2022 2:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Supreme Court bans Two-finger test ইয়াকে লৈ আগতেও বহু বিতৰ্ক হৈছে। যুক্তিটো হৈছে যে ধৰ্ষণৰ প্ৰমাণ পাবলৈ এই পৰীক্ষা কৰাৰ অৰ্থ হ’ব ধৰ্ষণৰ পিছত আন এক ধৰণৰ ধৰ্ষণ। এইবাৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় দিছে।

সোমবাৰে, উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে ধৰ্ষণৰ প্ৰমাণ পাবলৈ টু ফিংগাৰ টেষ্ট কৰিব নোৱাৰিব। যদি কোনোবাই এই পৰীক্ষা কৰে ইয়াক অসৎ আচৰণ বুলি গণ্য কৰা হ’ব। কেন্দ্ৰ আৰু ৰাজ্যসমূহে এই পৰীক্ষাটো বন্ধ কৰিব লাগিব।

লগতে পঢ়ক: ইমৰান খানৰ লং মাৰ্চৰ গাড়ীৰ চকাত পিষ্ট হৈ মৃত্যু সাক্ষাৎকাৰ ল’বলৈ যোৱা মহিলা সাংবাদিকৰ

Apply Now

ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ধৰ্ষণ আৰু হত্যাৰ গোচৰত নিৰ্দোষ সাব্যস্ত কৰিছিল এজন লোকক। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু হিমা কোহলীৰ বিচাৰপীঠে গোচৰটোত উচ্চ ন্যায়ালয়ৰ ৰায়টো খাৰিজ কৰি দিয়ে। একেটা ক্ষেত্ৰতে দুয়োগৰাকী ন্যায়াধীশে নিৰ্দেশ দিয়ে যে ধৰ্ষণৰ গোচৰত ভুক্তভোগীৰ টু ফিংগাৰ টেষ্ট পুৰুষতান্ত্ৰিক সমাজৰ প্ৰতিফলন। ই একো প্ৰমাণ নকৰে। এই পৰীক্ষাটো এগৰাকী মহিলাৰ মৰ্যাদা আৰু গোপনীয়তাৰ পৰিপন্থী।

বিচাৰপীঠখনে কয় যে এই পৰীক্ষাটো আজিও চলি আছে। এইটো অতি দুৰ্ভাগ্যজনক। এইটো ক’ব নোৱাৰি যে যৌন জীৱনত সক্ৰিয় এগৰাকী মহিলাক ধৰ্ষণ কৰিব নোৱাৰে। কেৱল এয়াই নহয়, প্ৰতিখন ৰাজ্যৰ ডিজিপিক ধৰ্ষণৰ প্ৰমাণ পাবলৈ টু ফিংগাৰ টেষ্ট নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। টু ফিংগাৰ টেষ্ট প্ৰতিখন ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাব লাগিব।

লগতে পঢ়ক: World’s longest passenger train: ১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰে’লখন!

উল্লেখ্য যে ২০১৩ চনত উচ্চতম ন্যায়ালয়ত এই টু ফিংগাৰ টেষ্ট সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল। সেই সময়ত উচ্চতম ন্যায়ালয়ে কৈছিল যে ধৰ্ষণৰ ভুক্তভোগীৰ টু ফিংগাৰ টেষ্ট ভুক্তভোগীৰ ব্যক্তিগত গোপনীয়তাত হস্তক্ষেপ কৰাৰ সমান হ’ব। যৌন উৎপীড়নৰ বিষয়ে নিশ্চিত হ’বলৈ চৰকাৰে অধিক উন্নত পৰীক্ষাৰ সহায় ল’ব লাগে। ধৰ্ষণৰ বলি হোৱা মহিলাসকলৰ ওপৰত কোনো পৰীক্ষা কৰা উচিত নহয় যাতে তেওঁৰ মানসিক শান্তি আৰু মৰ্যাদাত আঘাত হানে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd