• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বোচ্চ ন্যায়লয়ৰ ন্যায়ধীশ শৰদ অৰবিন্দ ববদে

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 20, 2020 8:43 pm

1 min read

bobde-1574003522
3.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীত জুডিচিয়েল একাডেমি আৰু বিশ্ব প্ৰকৃতি নিধিৰ ভাৰতীয় গোটে আয়োজন কৰা বন্যপ্ৰাণী সুৰক্ষা শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ অহা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববদে আজি বিয়লি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
দৰ্শনৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হয়।

আজি বিয়লি বায়ু সেনাৰ এখন বিশেষ হেলিকপ্তাৰেৰে কাজিৰঙাৰ গেলেকীৰ খেল পথাৰত অৱতৰণ কৰে মুখ্য ন্যায়ধীশ গৰাকীয়ে৷

হেলিকপ্তাৰৰ পৰা অৱতৰণ কৰাৰ পিচতেই ন্যায়াধীশ গৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত গোলাঘাট জিলা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববদেক ৰাষ্ট্ৰীয় উদ্যানলৈ আদৰণী জনায়।

গেলেকীৰ অস্থায়ী হেলীপেডৰ পৰাই মুখ্য ন্যায়ধীশগৰাকীক কাজিৰঙাৰ বগৰিজুৰিত থকা আয়ৰা ৰিজৰ্টতলৈ লৈ যোৱা হয়।

কিছু সময় বিশ্ৰাম কৰাৰ পিচত মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববদে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চল পৰিভ্ৰমণ কৰে৷ চৰাইৰ প্ৰতি অধিক আকৰ্ষিত মুখ্য ন্যায়ধীশ গৰাকীয়ে অগৰাতলী বনাঞ্চলৰ চহলা বিলত পকিভ্ৰমী চৰাই দৰ্শন কৰে৷

দেওবাৰে নিশা কাজিৰঙাতে কটায় সোমবাৰৰ পুৱা মুখ্য ন্যায়াধীশ গৰাকীয়ে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতী চাফাৰী কৰিব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জনাইছে৷

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd