• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউএনএইচচিআৰে শ্ব’ৰুম খুলিছে, যাকে বিচাৰে শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ দিছে: উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 9:14 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত (ইউএনএইচচিআৰ)ৰ কাৰ্য্যপ্ৰণালীৰ ওপৰত কঠোৰ সমালোচনা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ। শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াক লৈ ন্যায়ালয়ৰ বিচাৰপীঠে ক্ষোভ প্ৰকাশ কৰি কয় যে  “তেওঁলোকে ইয়াত শ্ব’ৰুম খুলিছে। যাকে বিচাৰে তেওঁক প্ৰমাণ পত্ৰ দিছে। আমি সেইবোৰৰ বিষয়ে কথা ক’ব নিবিচাৰো।” চুডানৰ এজন নাগৰিকে নিজৰ পৰিয়ালৰ বাবে সুৰক্ষা বিচাৰি কৰা আবেদনৰ শুনানিৰ সময়ত ইউএনএইচচিআৰ কাৰ্য্যপ্ৰণালীত ক্ষোভিত হৈ বিচাৰপীঠে এনেদৰে মন্তব্য কৰে।

ঘটনাক্ৰম অনুসৰি চুডানৰ এই নাগৰিকজন ২০১৩ চনৰ পৰা ভাৰতত বাস কৰি আছে আৰু তেওঁৰ এগৰাকী পত্নী আৰু দুটা সন্তান আছে, এজনৰ বয়স মাত্ৰ ৪০ দিন। তেওঁৰ পৰিয়ালৰ হাতত ইউএনএইচচিআৰৰ দ্বাৰা প্ৰদান কৰা শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ আছে বুলি তেওঁ দাবী কৰিছে। শেহতীয়াকৈ ভাৰতত আফ্ৰিকান নাগৰিকসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিপ্ৰেক্ষিতত নিজৰ পৰিয়ালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পৰা হাত সাৰিবলৈ তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচীৰ বিচাৰপীঠত এই গোচৰৰ শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই যুক্তি দাঙি কয় যে  আাবেদনকাৰীৰ পৰিয়ালক ইউএনএইচচিআৰে শৰণাৰ্থী হিচাপে চিনাক্ত কৰিছে আৰু তেওঁলোকৰ হাতত বৈধ প্ৰমাণ পত্ৰ আছে। অধিবক্তাগৰাকীয়ে আৰু কয় যে ইউএনএইচচিআৰে শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ প্ৰদানৰ আগতে বিতং পৰীক্ষা-নিৰীক্ষা কৰে আৰু এই প্ৰক্ৰিয়াত সাধাৰণতে কেইবাবছৰ সময় লাগে।

কিন্তু ন্যায়াধীশ সূৰ্য কান্তে ইউএনএইচচিআৰৰ কৰ্মশৈলীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয়, “তেওঁলোকে ইয়াত এটা শ্ব’ৰুম খুলিছে। যাক বিচাৰে তেওঁক প্ৰমাণ পত্ৰ দিছে।” আইনী বাতৰি ৱেবছাইট ‘বাৰ এণ্ড বেঞ্চ’ৰ মতে, ন্যায়াধীশ বাগচিয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে ১৯৫১ চনৰ আন্তৰ্জাতিক শৰণাৰ্থী সন্ধিক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই। ফলত এই সন্দৰ্ভত আবেদনকাৰীৰ কোনো আইনী প্ৰতিকাৰ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

July 12, 2026 7:45 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

July 12, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

July 12, 2026 9:15 pm
প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

July 12, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd