• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ত মুখথেকেচা ৰিলায়েন্স-ফিউচাৰ গ্ৰুপৰ চুক্তি! স্থগিতাদেশ জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 10:50 am
Reliance-Future Gruop deal and Amazan

প্ৰতিনিধিত্বমূলক ফটো।

261
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে মুকেশ আম্বানিৰ ৰিলায়েন্স আৰু কিশোৰ বিয়ানিৰ ফিউচাৰ সংস্থাৰ মাজত হোৱা চুক্তিয়ে।

সংস্থা দুটাৰ মাজত ২৪হাজাৰ ৭১৩ কোটি টকাৰ চুক্তিখনত সৰ্বোচ্চ আদালতখনে আপাতত: স্থগিতাদেশ জাৰি কৰিছে।

আমেৰিকাৰ অনলাইন বিপণন সংস্থা এমাজনে এই চুক্তিৰ ফলত ব্যৱসায়িক নিয়ম উলংঘা কৰা হৈছিল বুলি সৰ্বোচ্চ আদালতখনত আবেদন জনাইছিল।

সোমবাৰে এই গোচৰৰ শুনানিত আদালতে চুক্তিখনৰ সন্দৰ্বত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ে অৱশ্যে জনায় যে এই বিষয়ে কোম্পানীৰ ট্ৰিবিউনেলত শুনানি চলিব পাৰে। কিন্তু আদালতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই বিষয়ে কোনো চূড়ান্ত সিদ্ধান্ত ল’ব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ তথা ফিউচাৰ গ্ৰুপৰ শ্বেয়াৰ আৰু বণ্ডৰ মূল্যত স্বাভাৱিকতে প্ৰভাৱ পেৱলোৱা দেখা গৈছে।

বাতৰি অনুসৰি, ফিউচাৰ গ্ৰুপৰ শ্বেয়াৰ মূল্য প্ৰায় ১০ শতাংশ হ্ৰাস পাইছে। বণ্ডৰ ক্ষেত্ৰতো এই প্ৰভাৱ পৰিছে। আনহাতে, ৰিলায়েন্সৰ শ্বেয়াৰৰ মূল্যও দুই শতাংশ হ্ৰাস পোৱা দেখা গৈছে।

বিভিন্নধৰণে ঋণগ্ৰস্ত হৈ পৰা ফিউচাৰ গ্ৰুপে ৰিলায়েন্সক তেওঁলোকৰ খুচুৰা ব্যৱসায় তথা সংশ্লিষ্ট আন্ত:গাঁথনি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে যোৱা বছৰ আগষ্টত উদ্যোগ গোষ্ঠী দুটাৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল।

কিন্তু গোষ্ঠী দুটাৰ মাজত হোৱা চুক্তিত অসন্তুষ্টি ব্যক্ত কৰিছি ফিউচাৰ গ্ৰুপৰ অন্যতম অংশীদাৰ এমাজনে। চুক্তিখনত অসন্মতি প্ৰকাশ কৰি আমেৰিকাৰ অনলাইন সংস্থাটোৱে আদালতৰ দ্বাৰস্থ হৈছিল।

এমাজনৰ ফালৰ পৰা দাবী কৰা মতে ৰিলায়েন্সৰ সৈতে চুক্তি কৰাৰ সময়ত তেওঁলোকক ঘুণাক্ষৰেও একো জনোৱা হোৱা নাছিল।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd