• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানহানি অপৰাধ হিচাপে গণ্য কৰা বন্ধ কৰাৰ সময় আহি পৰিছে…উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূর্ণ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2025 4:50 pm
149
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা অমিতা সিঙে দাখিল কৰা মানহানিৰ গোচৰত জাৰি কৰা চমনক প্ৰত্যাহ্বান জনাই সংবাদ প্ৰতিষ্ঠান দ্য ৱায়াৰে দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত এক গুৰুত্ব পূৰ্ণ ৰায় দান দিছে উচ্চতম ন্যায়ালয়ে। ৰায়দানত ন্যায়ালয়ে কয় যে মানহানি অপৰাধ হিচাপে গণ্য কৰা বন্ধ কৰাৰ সময় আহি পৰিছে। সোমবাৰে শুনানিৰ সময়ত এই মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে।

উল্লেখ্য যে এই গোচৰটো ২০১৬ চনত প্ৰকাশিত এটা প্ৰবন্ধৰ সৈতে জড়িত। লেখাটোত অভিযোগ কৰা হৈছে যে, জেএনইউক সংগঠিত যৌন ৰেকেটৰ কেন্দ্ৰ হিচাপে বৰ্ণনা কৰা হৈছে, আৰু ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে ইয়াক ঘৃণামূলক অভিযান বুলি দাবী কৰিছে। ন্যায়াধীশ এম.এম. সুন্দৰেশে মন্তব্য কৰে যে, “মই ভাবো এই সকলোবোৰ অপৰাধমুক্ত কৰাৰ সময় আহি পৰিছে।” এই সন্দৰ্ভত আদালতে অমিতা সিঙলৈ জাননী জাৰি কৰে।

Apply Now

মানহানিৰ দৰে অপৰাধ ভাৰতীয় দণ্ডবিধিৰ ৩৫৬ ধাৰাৰ অন্তৰ্ভুক্ত যি ভাৰতৰ এখন পুৰণি আইনৰ ঠাইত গ্ৰহণ কৰা হৈছে। সততে এই আইন ৰাজনীতিবিদ আৰু ব্যৱসায়ীসকলে সাংবাদিক আৰু প্ৰতিদ্বন্দ্বীসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰে। কিন্তু বেছিভাগ গণতান্ত্ৰিক দেশতে মানুহে কেৱল মানহানিৰ বাবে দেৱানী গোচৰৰ সন্মুখীন হয়, কাৰাদণ্ডৰ নহয়। সুব্ৰমণিয়াম স্বামী, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱালৰ দৰে নেতাৰ প্ৰত্যাহ্বানৰ পিছতো ২০১৬ চনত উচ্চতম ন্যায়ালয়ে পুৰণি আইনখন সমৰ্থন কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

November 9, 2026 12:34 pm
বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

November 9, 2026 10:55 am
বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

November 9, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

চীনা গুপ্তচৰৰ সৈতে প্ৰেম! ভাৰতীয়ৰ পৰা ১০০ কোটি টকা ‘চুৰি’ কৰা টেক সংস্থাৰ চিইঅ’ক লৈ আলোড়ন

November 9, 2026 12:34 pm
বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd