• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ: চিকিৎসালয়ৰপৰা নৱজাত শিশু নিৰুদ্দেশ হ’লে বাতিল হ’ব অনুজ্ঞাপত্ৰ

এন ই নাও নিউজ গুৱাহাটী by এন ই নাও নিউজ গুৱাহাটী
April 15, 2025 4:39 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শিশু সৰবৰাহৰ গোচৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি নৱজাত শিশু নিৰুদ্দেশ হ’লে সংশ্লিষ্ট চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশ জাৰি কৰিছে। ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱানৰ বিচাৰপীঠে শিশু সৰবৰাহৰ গোচৰত অভিযুক্তৰ জামিনৰ আবেদনৰ শুনানিৰ সময়ত এই নিৰ্দেশ প্ৰদান কৰিছে।

বিচাৰপীঠে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সমালোচনা কৰি কয় যে জামিনৰ আবেদনসমূহ “অতি আকস্মিকভাৱে” চম্ভালি লোৱা হৈছিল, যাৰ ফলত বহু অভিযুক্ত এতিয়া নিৰুদ্দেশ। ন্যায়ালয়ে কয় যে এই অভিযুক্তসকল সমাজৰ বাবে গুৰুতৰ ভাবুকি। জামিন দিয়াৰ সময়ত উচ্চ ন্যায়ালয়ে নূন্যতম প্ৰতি সপ্তাহত থানাত হাজিৰ হোৱাৰ চৰ্ত আৰোপ কৰিব লাগিছিল। আৰক্ষীয়ে বহু অভিযুক্তৰ সন্ধান পাৱা নাই বুলি উল্লেখ কৰিছে।

Apply Now

ন্যায়াধীশ পাৰ্দিৱালাই উত্তৰ প্ৰদেশ চৰকাৰৰ গোচৰ চম্ভালি লোৱাৰ ধৰণত সম্পূৰ্ণ হতাশা প্ৰকাশ কৰি কয়, গোচৰৰ কোনো আপীল দাখিল কৰা নহ’ল, গুৰুত্ব দিয়া নহ’ল। অভিযুক্তই পুত্ৰৰ বাবে ৪ লাখ টকাত শিশু কিনিছিল। শিশুটি চুৰিৰ বিষয়ে জানিছিল। আদালতে সকলো অভিযুক্তক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ন্যায়াধীশ পাৰ্দিৱালাই ৰায়দানত শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ বিশদ পৰামৰ্শ সন্নিবিষ্ট কৰা বুলি উল্লেখ কৰি ৰাজ্য চৰকাৰসমূহক যিমান পাৰি সোনকালে কাৰ্যকৰী কৰিবলৈ কয়। আদালতে কয় যে, শিশু সৰবৰাহৰ গোচৰৰ বিচাৰৰ স্থিতি সন্দৰ্ভত তথ্য প্ৰদান কৰিবলৈ সমগ্ৰ দেশৰ উচ্চ ন্যায়ালয়সমূহক নিৰ্দেশ দিয়া হৈছে…নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যিকোনো শিথিলতাক গুৰুত্বসহকাৰে চোৱা হ’ব আৰু ইয়াক অৱজ্ঞা হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰা হৈছে ন্যায়াধীশ পাৰ্দিৱালাই কয় যে পিতৃ-মাতৃয়ে সন্তানৰ প্ৰতি সজাগ হ’ব লাগে। তেওঁ কয়, শিশুৰ মৃত্যুৰ সময়ত পিতৃ-মাতৃয়ে যি কষ্ট আৰু দুখৰ মাজেৰে পাৰ হয়, সেয়া বেলেগ… শিশু এটাৰ মৃত্যু হ’লে শিশুটি ঈশ্বৰৰ লগত থাকে, কিন্তু হেৰুৱালে তেওঁলোক এনে গেংৰ দয়াত থাকে।

বিচাৰপীঠে কয়, এসপ্তাহৰ ভিতৰত অভিযোগৰ ফ্ৰেমৱৰ্ক তৈয়াৰ কৰা হ’ব। পলায়নকাৰী অভিযুক্তৰ বিৰুদ্ধে নন-বেইলেবল ৱাৰেণ্ট জাৰি কৰা হ’ব। উপস্থিত অভিযুক্তৰ বিৰুদ্ধে বিচাৰ অবিৰত থাকিব, কোনো পলম নহ’ব।

ন্যায়াধীশ পাৰ্দিৱালাই শিশু সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ বিশদ পৰামৰ্শ দি ৰাজ্য চৰকাৰসমূহক তৎকালীন কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতে কয়, দেশৰ সকলো উচ্চ ন্যায়ালয়ক শিশু সৰবৰাহৰ গোচৰৰ অৱস্থাৰ তথ্য প্ৰদানৰ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনা পালনত শিথিলতাক অৱজ্ঞা হিচাপে গণ্য কৰা হ’ব।

নৱজাত শিশু নিৰুদ্দেশৰ ক্ষেত্ৰত ন্যায়াধীশ পাৰ্দিৱালাই কয়, যদি কোনো চিকিৎসালয়ৰ পৰা নৱজাত শিশু চুৰি হয়, তেন্তে প্ৰথম পদক্ষেপ হ’ব সেই চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিল কৰা।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য অনুসৰি, ভাৰতত প্ৰতি বছৰে প্ৰায় ২০০০ শিশু সৰবৰাহৰ ঘটনা সংঘটিত হয়। ২০২২ চনত এনে ২২৫০টা গোচৰ ৰুজু হৈছিল, য’ৰ ভিতৰত তেলেংগানা, মহাৰাষ্ট্ৰ আৰু বিহাৰত সৰ্বাধিক ঘটনা সংঘটিত হৈছে।

এন ই নাও নিউজ গুৱাহাটী

এন ই নাও নিউজ গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am
শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd