• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ন্যায়াধীশৰ সম্পত্তিৰ সবিশেষ তথ্য প্ৰকাশ উচ্চতম ন্যায়ালয়ৰ! জানেনে কিমান সম্পত্তিৰ অধিকাৰী দেশৰ মুখ্য ন্যায়াধীশ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2025 10:35 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাৰ্যনিৰ্বাহ কৰা ৩৩ গৰাকী  ন্যায়াধীশৰ  ভিতৰত ২১ গৰাকীৰ সম্পত্তিৰ সবিশেষ ৰাজহুৱা কৰি স্বচ্ছতাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে। ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ আস্থা গঢ়ি তোলাৰ লক্ষ্যৰে আদালতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লএখ কৰিছে। ন্যায়াধীশৰ বেংক একাউণ্ট, সম্পত্তি, আৰু বিনিয়োগৰ তথ্য আদালতে এই তথ্যসমূহ নিজৰ ৱেবছাইটত আপলোড কৰিছে। বাকী বিচাৰকসকলৰ সম্পত্তিৰ বিৱৰণ লাভ কৰাৰ লগে লগে যোগ কৰা হ’ব বুলি সদৰী কৰিছে।

প্ৰকাশিত তথ্য অনুসৰি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দক্ষিণ দিল্লীত তিনিটা বেডৰুমৰ ডিডিএ ফ্লেট আৰু গুৰুগ্ৰামত এটা ফ্লেটৰ ৫৬% অংশীদাৰিত্বৰ লগতে ডালহাউজিৰ ঘৰত ৪৪% অংশ আছে। তেওঁৰ অস্থাৱৰ সম্পত্তিৰ ভিতৰত আছে ৫৫.৭৫ লাখ টকাৰ এফডিআৰ, ৭৭.৮৯ লাখ টকাৰ পিপিএফ, আৰু ২৫০ গ্ৰাম সোণ। তেওঁৰ পত্নীৰ হাতত আছে ২৩.৮৭ লাখ টকাৰ এফডিআৰ, ১,৩৯,১৬,০০০ টকাৰ শ্বেয়াৰ, আৰু ৭০০ গ্ৰাম সোণ। স্থাৱৰ সম্পত্তিৰ মূল্য বাদ দি তেওঁৰ মুঠ অস্থাৱৰ সম্পত্তি প্ৰায় ১.৬৩ কোটি টকা সম্পত্তি অছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ লগতে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ নিযুক্তিৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ তথ্যও উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত উচ্চ ন্যায়ালয়ৰ কলেজিয়াম, ৰাজ্য চৰকাৰ, ভাৰতীয় সংঘ, আৰু উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ ভূমিকাও অন্তৰ্ভুক্ত কৰিছে। এই পদক্ষেপে জনসাধাৰণক বিচাৰকসকলক কেনেকৈ নিৰ্বাচিত কৰা হয় সেই বিষয়ে বুজিবলৈ সহায় কৰাৰ লগতে ব্যৱস্থাটোৰ স্বচ্ছতা বৰ্তাই ৰাখিব বুলি উল্লেখ কৰিছে

এই স্বচ্ছতাৰ প্ৰচেষ্টা ২০২৫ চনৰ ১৩ মে’ত মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ অৱসৰৰ ঠিক আগতেই কৰা হৈছে। সম্পত্তিৰ সবিশেষ আৰু নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে জনসাধাৰণৰ আস্থা শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে। এই পদক্ষেপে ভাৰতত ন্যায়িক জবাবদিহিতাৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰে, ন্যায়পালিকাৰ স্বাধীনতাৰ সৈতে জনসচেতনতাৰ ভাৰসাম্য ৰক্ষা কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm
কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd