• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ নম্বৰ সংযোগৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2019 9:02 pm
New-Aadhar-Card-

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

745
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰা সন্দৰ্ভত এটা ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ সোমবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে।

জানিব পৰা মতে, সৰ্বোচ্চ ন্যায়ালয়ে আবেদনকাৰীক বিষয়টো সন্দৰ্ভত মাদ্ৰাছ  উচ্চ ন্যায়ালয়ৰ ওচৰলৈ যোৱাৰ বাবে কৈছিল।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে আধাৰ নম্বৰক ছ’চিয়েল মিডিয়াৰ সৈতে সংযোগ কৰাৰ সন্দৰ্ভত দুগৰাকী আবেদনকাৰীৰ শুনানি গ্ৰহণ কৰে।

আধাৰ নম্বৰক ছ’চিয়েল মিডিয়াৰ সৈতে সংযোগ কৰাৰ সন্দৰ্ভত একেধৰণে  মধ্যপ্ৰদেশ আৰু বোম্বে উচ্চ ন্যায়ালয়তো আবেদন কৰা হৈছিল।

মাদ্ৰাছ উচ্চ ন্যায়ালয়তো একে বিষয় ইতিমধ্যে বিচাৰাধীন হৈ আছে বুলি উল্লেখ কৰি এগৰাকী ন্যায়াধীশে সকলো বিষয় গুৰুত্বপূৰ্ণ হলেই উচ্চতম ন্যায়ালয়লৈ আহিব নোৱাৰে বুলি কয়।

‘‘সকলো বিষয়ৰ বাবে উচ্চতম ন্যায়ালয়লৈ আহিব নালাগে, মাদ্ৰাছ উচ্চ ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হৈ আছে, তালৈ যাৱক,’’ সৰ্বোচ্চ ন্যায়ালয়ে এনেদৰে কয় বুলি সংবাদ মাধ্যমত প্ৰকাশ পায়।

আইনজীৱি অশ্বিনী উপাধ্যায়ৰ জনস্বাৰ্থ জড়িত গোচৰৰ উত্তৰত উচ্চতম ন্যায়ালয়ে এনেদৰে উত্তৰ দিয়ে।

উপাধ্যায়ক গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবেও স্বাধীনতা দিয়া হয়।

উচ্চতম ন্যায়ালয়ে আধাৰ লিংকক লৈ ফেচবুক আৰু কেন্দ্ৰীয় চৰকাৰ লগতে ৰাজ্য চৰকাৰ সৈতে চলি থকা গোচৰৰ উল্লেখ কৰে।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ছ’চিয়েল মিডিয়াৰ সৈতে আধাৰ লিংক কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিলেও মেছেজৰ ক্ষেত্ৰত ইয়াৰ সত্যনিষ্ঠতাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কয়।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ত আধাৰ লিংক কৰা প্ৰসংগত ২০১৮ চনত আবেদন দাখিল কৰা হৈছিল।

বাৰ এণ্ড বেঞ্চ প্ৰতিবেদনত ন্যায়াধীশ দীপক গুপ্তা আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত গোটৰটো উত্থাপন কৰিছিল বুলি প্ৰকাশ কৰে।

ফেইচবুকে উচ্চতম ন্যায়ালয়ক মাদ্ৰাছ উচ্চ ন্যায়ালয়, বম্বে উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত চলি থকা হোৱাটছএপ চিনাক্ত কৰণ সম্পৰ্কীয় গোচৰটো স্থানান্তৰিত কৰাৰ বাবে অনুৰোধ কৰে।

ফেইচবুক আৰু হোৱাটছএপে আধাৰলিংকে ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰিব বুলি উল্লেখ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd