• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তদন্তৰ আওতাত থকা ব্যক্তিক আইনী পৰামৰ্শ দিয়া অধিবক্তাক তদন্তকাৰী সংস্থাই চমন জাৰি কৰিব নোৱাৰিবঃ ছুপ্ৰীম কোৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2025 3:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে তদন্তকাৰী সংস্থাসমূহেতদন্তৰ অধীনত থকা তেওঁৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিয়াৰ বাবেই অধিবক্তাক চমন জাৰি কৰিব নোৱাৰিব।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দুজন জ্যেষ্ঠ অধিবক্তাক আইনী কাৰ্য্যবিধিৰ বাবে হাজিৰ হ’বলৈ চমন জাৰি কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত ছুঅ’ মটু গগনিজেন্স বা নিজাববীয়া গোচৰ লৈছিল।

Apply Now

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত গঠিত বিচাৰপীঠে গোচৰৰ পুনৰ শুনানিৰ সময়ত  স্পষ্টভাৱে লক্ষ্য কৰিছিল যে যদি কোনো অধিবক্তাই ‘ক্লায়েণ্টক অপৰাধত সহায় কৰি আছে’ তেন্তে তেওঁক সোধা-পোছাৰ বাবে মাতিব পাৰি।

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি বিকাশ সিঙে পৰামৰ্শ দিয়ে যে কেন্দ্ৰীয় সংস্থাসমূহে অধিবক্তাক চমন জাৰি কৰিবলৈ আৰক্ষী অধীক্ষকৰ পৰা অনুমতি ল’ব লাগে।

তেওঁ আৰু প্ৰস্তাৱ আগবঢ়ায় যে সংশ্লিষ্ট ন্যায়িক দণ্ডাধীশে অনুমতি দিলেহে চমন অধিবক্তালৈ প্ৰেৰণ কৰিব লাগে বুলি দ্য ইকনমিক টাইমছত প্ৰকাশ পাইছে।

প্ৰতিবেদনত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে “এটা কাণ্ডই ‘অনিয়ন্ত্ৰিত’ নিৰ্দেশনা সৃষ্টি কৰিবলৈ দিয়া উচিত নহয়” আৰু পুনৰ কয় যে অধিবক্তাক তেওঁলোকৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিবলৈ মাতিব নোৱাৰি।

২২ জুলাইত গোচৰটো স্বীকাৰ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কৈছিল যে ইডিয়ে জ্যেষ্ঠ অধিবক্তাসকলক তেওঁলোকৰ ক্লায়েণ্টক আইনী পৰামৰ্শ দিবলৈ চমন জাৰি কৰাৰ কথা জানি আচৰিত হৈছিল। তেতিয়া মুখ্য ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত গাইডলাইন প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কৈছিল।

ন্যায়াধীশ গাভাইয়ে কৈছিল, ‘ইডিৰ বিষয়াসকলে সকলো সীমা অতিক্ৰম কৰিছে। তেওঁলোকে জনা উচিত যে আইনৰ অধীনত এজন উকীল আৰু তেওঁৰ ক্লায়েণ্টৰ মাজত যোগাযোগ কৰাটো এটা বিশেষ সুবিধাপ্ৰাপ্ত যোগাযোগ।’

ইডিৰ এই কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এছচিবিএৰ সভাপতি বিকাশ সিং, এছচি এডভোকেটছ অন ৰেকৰ্ডৰ সভাপতি বিপিন নাইৰ, জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগী আৰু বিজয় হান্সাৰিয়াইও এই বিষয়ত ব্যৱস্থা গ্ৰহণ আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে নিয়ম প্ৰণয়ন কৰিবলৈ উচ্চতম ন্যায়ালয়ত এক যৌথ আৱেদন দাখিল কৰে।

ইডিয়ে জ্যেষ্ঠ অধিবক্তা অৰবিন্দ দাতাৰ আৰু প্ৰতাপ ভেনুগোপালক চমন জাৰি কৰাৰ কিছু সময়ৰ পিছতে এই বিষয়টো আহিছে, যি পিছত প্ৰত্যাহাৰ কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd