• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 19, 2025 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া তদন্ত কমিটীয়েও ‘বিতৰ্কিত’ ন্যায়াধীশ যশৱন্ত ভাৰ্মাক অপসাৰণৰ পৰামৰ্শ আগবঢ়াইছে। সূত্ৰ অনুসৰি এই পৰামৰ্শৰ সমান্তৰালকৈ কমিটীয়ে নিজৰ প্ৰতিবেদনত কিছুমান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে।

ইয়াত উল্লেখ কৰা হৈছে যে দিল্লীস্থিত তেওঁৰ চৰকাৰী বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ জ্বলি যোৱা আৰু অক্ষত টকাৰ নোট উদ্ধাৰৰ ঘটনাৰ একাধিক সাক্ষী আছে। সেই ঘটনাৰ পিছত ন্যায়াধীশ ভাৰ্মাই আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাছিল।

Apply Now

আনকি তেওঁ ন্যায়পালিকাৰ উচ্চতম কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা নাছিল। ন্যায়াধীশ ভাৰ্মাৰ আচৰণ আছিল ‘অস্বাভাৱিক’।

চলিত বৰ্ষৰ দৌলৰ নিশা দিল্লীত ন্যায়াধীশ ভাৰ্মাৰ চৰকাৰী বাসগৃহত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ লোক, বিষয়া আৰু আৰক্ষী জোৱানসকলে বাসগৃহৰ ষ্ট’ৰ ৰুমৰ পৰা বৃহৎ পৰিমাণৰ জ্বলি যোৱা আৰু অক্ষত ভাৰতীয় টকা উদ্ধাৰ কৰে। ঘটনাৰ সময়ত যশৱন্ত ভাৰ্মা আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ।

সেই ঘটনাত উচ্চতম ন্যায়ালয়ে নিজৰ অধিকাৰক্ষেত্ৰৰ ভিতৰত তিনিজনীয়া তদন্ত কমিটী গঠন কৰি ঘটনাটোৰ তদন্ত কৰিছিল। কমিটীয়ে দাখিল কৰিছে প্ৰতিবেদন।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কমিটীৰ সদস্যসকলে মুঠ ৫৫ জন সাক্ষীক জেৰা কৰে। তাৰ ভিতৰত আছে ন্যায়াধীশ ভাৰ্মাৰ কন্যাও। প্ৰত্যক্ষদৰ্শীৰ বক্তব্য অনুসৰি ষ্ট’ৰ ৰুমৰ মজিয়াত একাধিক ভিডিঅ’ ফুটেজ আৰু ফটো, বিপুল পৰিমাণৰ আধা জ্বলি যোৱা আৰু অক্ষত ৫০০ টকীয়া নোট সিঁচৰতি হৈ থকা দেখা গৈছিল।

প্ৰতিবেদনত কমিটীৰ জেৰাৰ সময়ত এজন সাক্ষীয়ে দিয়া বক্তব্যৰ কথা উল্লেখ কৰা হৈছে। ভাষ্য়ত সাক্ষীগৰাকীয়ে কয় যে, “ইমান বৃহৎ পৰিমাণৰ ধন দেখি মই স্তম্ভিত হৈ পৰিলোঁ। জীৱনত ইমান টকা কেতিয়াও দেখা নাই।”

কমিটীয়ে নিজৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছে যে ইমান ডাঙৰ ঘটনাৰ পিছতো ন্যায়াধীশ ভাৰ্মাই নিজে বা তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাছিল। আনকি ন্যায়পালিকাৰ উচ্চ কৰ্তৃপক্ষৰো দৃষ্টিগোচৰ হোৱা নাছিল।

তেওঁ একো নাজানিছিল আৰু ন্যায়াধীশ ভাৰ্মাই যি দাবী কৰিছে সেয়া ষড়যন্ত্ৰ বুলি কৰা দাবীৰ কোনো ব্যাখ্যাও নাই। ন্যায়াধীশ ভাৰ্মাৰ এই দাবী বিশ্বাসযোগ্য নহয়।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে ন্যায়াধীশ ভাৰ্মাৰ ব্যক্তিগত সচিবে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলক অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰতিবেদনত ধন উদ্ধাৰৰ কথা নক’বলৈ নিৰ্দেশ দিছিল। অগ্নিনিৰ্বাপক বাহিনীৰ উচ্চ পদস্থ বিষয়াসকলেও বিষয়টো আগুৱাই নিনিবলৈ পৰামৰ্শ দিয়ে। কাৰণ এই ঘটনাৰ লগত ওপৰ মহলাৰ মানুহ জড়িত হ’ব পাৰে।

ন্যায়াধীশ ভাৰ্মাক এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ধন উদ্ধাৰৰ ঘটনাৰ বাবে তেওঁক পুনৰ এলাহাবাদ উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়।

কিন্তু তালৈ বদলি হোৱাৰ পিছত তেওঁক ন্যায়িক প্ৰক্ৰিয়াৰ লগত জড়িত কোনো কাম কৰিবলৈ দিয়া হোৱা নাই। ন্যায়াধীশ ভাৰ্মাই পদত্যাগো কৰা নাই। স্বেচ্ছামূলক অৱসৰৰ বাবেও তেওঁ আৱেদন কৰা নাই। সূত্ৰ অনুসৰি তেওঁ নিৰ্বিকাৰ হৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd