• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি ক’লে? ইভিএম-ভিভিপিএটি পৰীক্ষণ গোচৰৰ সকলো আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 26, 2024 11:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ইলেক্ট্ৰনিক ভোটিং মেচিন অৰ্থাৎ ইভিএম আৰু ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল অৰ্থাৎ ভিভিপিএটিৰ সৈতে জড়িত গোচৰটোৰ সকলো আবেদন নাকচ কৰে।

উচ্চতম ন্যায়ালয়ে বেলট পেপাৰেৰে নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ভিভিপিএটৰ সৈতে ১০০ শতাংশ মিলাই চোৱাৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ আবেদন নাকচ কৰিছে।

ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে আমি দুটা নিৰ্দেশনা জাৰি কৰিছো। প্ৰথম নিৰ্দেশনাটো হ’ল যে চিম্বল লোডিং প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ইউনিটটো ছীল কৰি ল’ব লাগে। চিম্বল ষ্ট’ৰ ইউনিটটো কমেও ৪৫ দিনৰ বাবে ৰাখিব লাগে।

Apply Now

লগতে পঢ়কঃ Loksabha Election 2024: কংগ্ৰেছ কৰ্মীসকলক ‘আতংকিত’ কৰি ৰাখিছে অসম আৰক্ষীয়ে; অভিযোগ প্ৰদ্যুত বৰদলৈৰ

আদালতে কয়- গণতন্ত্ৰৰ উদ্দেশ্য হৈছে সমন্বয় বজাই ৰখা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অন্ধভাৱে বিশ্বাস নকৰাটোৱে কোনো কাৰণ নোহোৱাকৈ সন্দেহৰ সৃষ্টি কৰিব পাৰে।

জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষনে কয় যে আমি ক’ব লগা আছিল যে এই ইভিএমবোৰৰ এটা মেমৰি আছে যাৰ সৈতে অদল-বদল কৰিব পাৰি। সেয়ে VVPAT পৰীক্ষা কৰিব লাগে। যিখন স্লিপ ওলায় সেইখন বেলট বক্সত ভৰাই মিলাই দিব লাগে।

ভূষণে কয়, ‘আমাৰ আৱেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে নিৰ্বাচন আয়োগে তদন্ত কৰিব লাগে যে আমি সকলো বেলট পেপাৰত বাৰ ক’ড লগালে মেচিনৰ জৰিয়তে গণনা কৰিব পাৰি নে নাই।

ইয়াৰ পূৰ্বে বুধবাৰে উচ্চতম ন্যায়ালয়ে ইভিএমৰ জৰিয়তে দিয়া সকলো ভোটৰ ভিভিপিএটিৰ সৈতে মিলাবলৈ অনুৰোধ কৰা আবেদনসমূহৰ ওপৰত ৰায় সংৰক্ষিত কৰি ৰাখিছিল।

লগতে পঢ়কঃ Loksabha Election 2024: আজি দ্বিতীয় পৰ্যায়ত দেশৰ ৮৮টা সমষ্টিত ভোটগ্ৰহণ; বহু তাৰকা প্ৰাৰ্থীৰ ‘অগ্নিপৰীক্ষা’

ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দিপাংকৰ দত্তৰ বিচাৰপীঠে কৈছিল যে ইভিএমৰ সন্দৰ্ভত সঘনাই উত্থাপিত প্ৰশ্নৰ উত্তৰ আয়োগে দিয়া উত্তৰত বিশেষ স্পষ্টতা নাই বাবে কিছুমান বিষয়ত স্পষ্টীকৰণৰ প্ৰয়োজন আছে।

বিচাৰপীঠে নিৰ্বাচন আয়োগৰ বিষয়াগৰাকীক ইভিএমৰ কাম-কাজৰ সৈতে জড়িত পাঁচটা প্ৰশ্ন উত্থাপন কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd