• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Loksabha Election 2024: কংগ্ৰেছ কৰ্মীসকলক ‘আতংকিত’ কৰি ৰাখিছে অসম আৰক্ষীয়ে; অভিযোগ প্ৰদ্যুত বৰদলৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2024 10:19 am
163
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ এজন নেতাক ‘অবৈধভাৱে’ আটক কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিতৰ্কৰ মাজত সোমাই পৰিছে মৰিগাঁও জিলাৰ আৰক্ষী।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসম কংগ্ৰেছৰ অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ কৃষ্ণদাসক আৰক্ষীয়ে উঠাই নিয়াৰ অভিযোগ উঠিছে।

এই অভিযোগসমূহ শুকুৰবাৰে (২৬ এপ্ৰিল) নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা  কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুত বৰদলৈয়ে উত্থাপন কৰে।

বৃহস্পতিবাৰে (২৫ এপ্ৰিল) মাজনিশাৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱা এই ঘটনাই অসমৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে পঢ়কঃ Loksabha Election 2024: আজি দ্বিতীয় পৰ্যায়ত দেশৰ ৮৮টা সমষ্টিত ভোটগ্ৰহণ; বহু তাৰকা প্ৰাৰ্থীৰ ‘অগ্নিপৰীক্ষা’

কংগ্ৰেছ দলৰ এগৰাকী বিশিষ্ট নেতা কৃষ্ণদাসক মৰিগাঁও জিলাৰ আৰক্ষীয়ে উঠাই নি জাগীৰোড থানাত আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে।

অসমৰ কংগ্ৰেছ দলে তেওঁলোকৰ কৰ্মীক আৰক্ষীয়ে লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰি নির্বাচনী প্রক্রিয়াত ব্যাঘাত জন্মাবলৈ আৰু গণতান্ত্ৰিক নীতি উলংঘা কৰাৰ প্রয়াস বুলি অভিহিত কৰি সৰৱ হৈ পৰিছে৷

“মৰিগাঁও আৰক্ষীয়ে আকৌ এই কাম কৰিছে! ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ কৰ্মীসকলক আতংকিত কৰি ৰাখিছে।’- এই মন্তব্য প্ৰদ্যুত বৰদলৈৰ।

The @MorigaonPolice is at it again ! Continuing to terrorise Congress cadres on the eve of #LokasabhaElection2024 the state SC Department chairperson @krishnadas252 has been illegally picked up at the stroke of midnight and detained in the #Jagiroad thana. @ECISVEEP @

— Pradyut Bordoloi (@pradyutbordoloi) April 25, 2024

তেওঁ লগতে কয়, “ৰাজ্য অনুসূচিত জাতি বিভাগৰ অধ্যক্ষ (অসম কংগ্ৰেছৰ) কৃষ্ণ দাসক মাজনিশা অবৈধভাৱে তুলি নি জাগীৰোড থানাত আবদ্ধ কৰি ৰখা হৈছে।”

Recent News

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

ৰে’লৰ টিকটত অপাৰেচন সিন্দুৰৰ প্ৰচাৰ: বিজেপিয়ে যুদ্ধক ৰাজনৈতিক সুযোগ হিচাপে গ্ৰহণ কৰাৰ অভিযোগ বিৰোধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd