• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাতৰিত সাম্প্ৰদায়িকতাৰ ৰঙে দেশৰ সুনাম বিনষ্ট কৰিব; একাংশ সংবাদমাধ্যমক ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2021 3:13 pm
supreme-court_of_India-570x320-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ একাংশ সংবাদমাধ্যমে যিধৰণে বাতৰি পৰিৱেশন কৰিছে তাত সাম্প্ৰদায়িকতাৰ ৰং লাগিছে। যোৱা বছৰ মাৰ্চত দেশত কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়ত তবলিগী জামাত সংগঠনৰ সমাৱেশক দায়ী কৰাক লৈ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল।

বৃহস্পতিবাৰে এটা গোচৰত এইদৰে মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে।

Apply Now

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই কয়,’’সমস্যাটো হ’ল একাংশ সংবাদমাধ্যমে দেশখনৰ সকলো বিষয়ে সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীৰে চায়। ইয়াৰ ফলত দেশৰ সুনাম বিনষ্ট হ’ব।‘’

যোৱা বছৰৰ মাৰ্চত দিল্লীৰ মাৰ্কাজ নিজামুদ্দিনত তবলিগী জামাতৰ সমাৱেশ হৈছইল। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত দাবী কৰা হৈছে যে বহু সংবাদমাধ্যমে কোভিডক সাম্প্ৰদায়িক ৰং দিছে।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে ৱেব প’ৰ্টেলসমূহকো ভৎসৰ্ণা কৰে। তেওঁ কয়,’’ৱেব প’ৰ্টেলসমূহ কেবল প্ৰভাৱশালী পক্ষৰ কথাই শুনে। দায়িত্বজ্ঞানহীনৰ দৰে প্ৰতিষ্ঠান তথা ন্যায়াধীশৰ বিৰুদ্ধে যি মন যায় তাকে লিখে। তেওঁলোকে প্ৰভাৱশালীসকলৰ বাবেহে উদ্বেগ দেখুৱায়। ন্যায়াধীশ, প্ৰতিষ্ঠান তথা সাধাৰণ মানুহক লৈ কোনো চিন্তা নাই। আমাৰ অভিজ্ঞতাই সেয়াই কয়।‘’

উল্লেখ্য যে যোৱা বছৰৰ মাৰ্চত দিল্লীৰ মাৰ্কাজ মছজিদত এক বিৰাট ধৰ্মীয় সমাৱেশৰ আয়োজন কৰিছিল তবলিগী জামাতে। সমাৱেশত দেশৰ লগতে বিদেশৰ পৰাও ইছলাম ধৰ্মাৱলম্বী লোক গোট খাইছিল।

হঠাতে দেশৰ কৰ’না পৰিস্থিতিৰ অৱনতি ঘটাত দেশজুৰি লকডাউন ঘোষণা কৰা হয়। তেতিয়া দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজ মছজিদেই কৰ’না সংক্ৰমণৰ কেন্দ্ৰ বুলি অভিযোগ উঠে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ফালৰ পৰা সকলো ৰাজ্যকে সতৰ্ক কৰি দিয়াৰ লগতে তবলিগী জামাতৰ সদস্য কোনো বিদেশী লোকৰ সন্ধান পালে শীঘ্ৰে তেওঁলোকৰ শাৰীৰিক পৰীক্ষা কৰি  কৰ’না আক্ৰান্ত হৈছে নেকি চাবলৈ কোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd