• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী আৰক্ষীক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ! ৫ বছৰে দাখিল নকৰিলে ওমৰ-শ্বাৰ্জিলৰ জামিন আবেদনৰ শপতনামা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2025 9:00 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনৰ দিল্লী হিংসাৰ ষড়যন্ত্ৰমূলক গোচৰত অভিযুক্ত ওমৰ খালিদ, শ্বাৰ্জিল ইমামসহ ছজনৰ জামিন আবেদনৰ শপতনামা দাখিল নকৰাৰ বাবে উচ্চতম ন্যায়ালয়ে সোমবাৰে দিল্লী আৰক্ষীক তীব্ৰ সমালোচনা কৰে। ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ এন ভি আঞ্জৰিয়াৰ বিচাৰপীঠে আৰক্ষীৰ অতিৰিক্ত সময়ৰ দাবী অস্বীকাৰ কৰি শুনানী শুকুৰবাৰলৈ স্থগিত ৰাখে।

বিচাৰপীঠে আৰক্ষীক প্ৰশ্ন কৰে যে পাঁচ বছৰ পাৰ হৈ গ’ল, অভিযুক্তসকলে বিচাৰ অবিহনে কাৰাগাৰত বন্দী হৈ আছে, তথাপিও জামিন আবেদনৰ শপতনামা কিয় দাখিল কৰা নাছিল? “এই বিষয়ত আৰু বিলম্ব সহ্য কৰা নহয় বুলি মত প্ৰকাশ কৰে বিচাৰপীঠে।

Apply Now

উল্লেখ্য যে, ২০২০ চনৰ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়ত উত্তৰ-পূব দিল্লীত সংঘটিত হিংসাত ৫৩ জনৰ মৃত্যু হৈছিল আৰু বহুজন আহত হৈছিল। দিল্লী আৰক্ষীয়ে জে এন ইউৰ প্ৰাক্তন ছাত্ৰ ওমৰ খালিদ, শ্বাৰ্জিল ইমাম, গুলফিছা ফাতিমা, মিৰান হাইদৰ, শিফা উৰ ৰেহমান আৰু অন্যান্যক ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

দিল্লী উচ্চ ন্যায়ালয়ে ২ ছেপ্টেম্বৰত এই ছগৰাকী অভিযুক্তৰ জামিন নাকচ কৰিছিল। ইয়াৰ্ব পিছতে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে তেওঁলোকে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। ২২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে আৰক্ষীলৈ শপতনামা দাখিলৰ নিৰ্দেশ দি জাননি জাৰি কৰিছিল, কিন্তু এমাহতকৈ অধিক সময় পাৰ হৈ যোৱাৰ পিছটো কোনো সঁহাৰি নজনালে আৰক্ষীয়ে।

অভিযোক্তসকলক প্ৰতিনিধিত্ব কৰি জেষ্ঠ অধিবক্তা কপিল সিব্বল আৰু অভিষেক মণি সিংহৱীয়ে  আৰক্ষীৰ এনে আচৰণৰ বিৰোধিতা কৰি কয় যে অভিযুক্তসকলে পাঁচ বছৰতকৈ অধিক কাৰাগাৰত আছে। ই বিচাৰ অবিহনে শাস্তি প্ৰদানৰ দৰে কথা বুলি উল্লেখ কৰে।

উল্লেখ্য যে পৰৱৰ্তী শুনানীৰ দিন ৩১ অক্টোবৰলৈ ধাৰ্য কৰা হৈছে। আদালতে আৰক্ষীক শপতনামা দাখিলৰ বাবে শেহতীয়াকৈ সময় দিয়ে যদিও, কিন্তু জামিন আবেদনৰ উত্তৰ দাখিলত বিলম্ব কৰাৰ বাবে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd