• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অবৈধ আৰু স্বেচ্ছাচাৰী’ পদক্ষেপ! গৃহীত হোৱা বিধেয়ক পেলাই ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষত তামিলনাডুৰ ৰাজ্যপাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 2:53 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাত গৃহীত ১০খন বিধেয়ক ৰাজভৱনত পেলাই ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি। ৰাজ্যপালৰ এই কাৰ্যক “অবৈধ” আৰু “স্বেচ্ছাচাৰী” পদক্ষেপ বুলি তীব্ৰ সমালোচনা কৰে দেশৰ শীর্ষ আদালতখনে।

কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ে কঠোৰভাৱে জনাই দিছে যে ৰাজ্যপালে ৰাজভৱনত এনেদৰে বিধেয়ক ব্লক কৰি ৰাখিব নোৱাৰে। মুঠৰ ওপৰত তামিলনাডুত ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালৰ মাজত চলি থকা সংঘাতৰ বাবে উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে ৰাজ্যপাল ৰবিয়ে।

Apply Now

অ-বিজেপি ৰাজ্যৰ ৰাজ্যপাল আৰু চৰকাৰৰ মাজত সংঘাত নতুন কথা নহয়। ৰাজ্যপাল আৰ এন ৰবিয়ে তামিলনাডুতো এই নীতি গ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি বিধানসভাত গৃহীত হোৱাৰ পিছতে স্বাক্ষৰ নকৰাকৈয়ে ১০খন বিধেয়ক ৰখাই থৈছিল ৰাজ্যপালগৰাকীয়ে। এই তালিকাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি সন্দৰ্ভত এখন বিধেয়কও সন্নিবিষ্ট কৰা হৈছিল।

ৰাজ্যপালৰ অসহযোগৰ বিৰুদ্ধে তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। মঙলবাৰে গোচৰৰ শুনানিত ন্যায়াধীশ জে বি পাদ্ৰীৱাল আৰু আৰ মহাদেৱনৰ বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে ৰাজ্যপালে গৃহীত হোৱা বিধেয়ক পেলাই ৰাখিব নোৱাৰে।

এই গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ২০০ নং অনুচ্ছেদৰ কথা উনুকিয়াই দি কয় যে, “ৰাজ্যপালগৰাকীয়ে মন্ত্ৰীসভাৰ সমৰ্থন আৰু পৰামৰ্শৰে কাম কৰাটো বাধ্যতামূলক।”

আদালতে লগতে কয় যে ৰাজ্যপালে বন্ধুৰ দৰে ৰাজ্য চৰকাৰক সহযোগিতা আৰু পথ প্ৰদৰ্শন কৰিব লাগিব। ৰাজনৈতিক মতাদৰ্শক একাষৰীয়া কৰি সাংবিধানিক শপতৰ দ্বাৰা পৰিচালিত কৰিব লাগিব। বাধা দিয়া নহয়, ৰাজ্যপাল ৰাজ্য চৰকাৰৰ অনুঘটক হ’ব।”

আদালতৰ মতে, ১০খন বিধেয়ক গৃহীত কৰি বিধানসভাৰ দ্বাৰা পুনৰ বিবেচনা কৰাৰ পিছত ৰাজ্যপালৰ ওচৰ পালে স্বাক্ষৰ নকৰাকৈ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে ৰখাটো কেৱল অবৈধ নহয়, ই এক স্বেচ্ছাচাৰী পদক্ষেপ।

আদালতে কয় যে ১০খন বিল পুনৰ বিবেচনাৰ অন্তত ৰাজ্যপাললৈ প্ৰেৰণ কৰাৰ দিনৰ পৰা চূড়ান্ত বুলি গণ্য কৰা হ’ব। যিহেতু বিধেয়কখনত স্বাক্ষৰ কৰাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই, সেয়েহে যুক্তিসংগত সময়সীমাৰ ভিতৰত স্বাক্ষৰ কৰিব লাগে। নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়াৰ সম্পূৰ্ণ ক্ষমতা  আদালতৰ আছে।

আদালতে কয় যে যদি ৰাজ্যপালসকলে বিধেয়কখন উত্থাপন হোৱাৰ পাছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেন্তে এমাহৰ ভিতৰত এই বিষয়ত সিদ্ধান্ত ল’ব লাগে। যদিহে বিধেয়কখন অনুমোদন দিয়া নহয়, তেন্তে তিনিমাহৰ ভিতৰত ৰাজ্যপালে বিষয়টোৰ ওপৰত সিদ্ধান্ত ল’ব লাগিব। কোনো বিধেয়ক এনেদৰে অনিৰ্দিষ্টকাললৈ পেলাই ৰাখিব নোৱাৰি বুলি জনাইছে উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd