• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET-SS-pattern: যুৱ চিকিৎসকসকলক ফুটবলৰ দৰে ব্যৱহাৰ নকৰিবলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 8:50 am
NEET-exam

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET-SS-pattern: ছুপাৰ স্পেছিয়েলিটি পাঠ্যক্ৰমৰ বাবে নেশ্যনেল এলিজিবিলিটি এন্ট্ৰেন্স টেষ্ট (NEET) অহা ১৩ আৰু ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব। যোৱা ২৩ জুলাইত পৰীক্ষাৰ জাননী প্ৰকাশ পাইছে।

কিন্তু যোৱা ২৩ জুলাইতে হঠাতে নেশ্যনেল বোৰ্ড অৱ এক্সাম (NBE)য়ে পৰীক্ষাৰ ধৰণ (Pattern)ত কিছু সাল-সলনি ঘটোৱাৰ কথা জনাই দিয়ে।

ইয়াৰ পাছতে ৪১গৰাকী চিকিৎসকে এই নিৰ্দেশনাৰ বিৰুদ্ধে আদালতত প্ৰত্যাহ্বান জনায়।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ বি ভি নাগৰত্নৰ খণ্ড বিচাৰপীঠে যুৱ চিকিৎসকসকলৰ জীৱনক লৈ খেলা নকৰিবলৈ সকীয়াই দিছে।

সৰ্বোচ্চ আদালতখনে কয়, ‘’পৰীক্ষাৰ নটিফিকেশ্যন প্ৰকাশৰ পাছত পেটাৰ্ণ সলনিৰ কিয় ইমান প্ৰয়োজন আছিল? কিয়নো কেইজনমানৰ হাতত ক্ষমতা আছে। তেওঁলোকে ভাৱিছে যিকোনো উপায়ে সেয়া ব্যৱহাৰ কৰিব লাগিব। ক্ষমতাৰ এই খেলত যুৱ চিকিৎসকসকলক ফুটবলৰ দৰে ব্যৱহাৰ নকৰিব।‘’

উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠখনে গোটেই বিষয়টো বিবেচনা কৰি চাবলৈ কৈছে। চিকিৎসকসকলে অধ্যয়নৰ বাবে বহুদিন ব্যয় কৰিছে। ইপিনে পৰীক্ষাৰ বাবে মাত্ৰ আৰু দুমাহ বাকী আছে।

আৰু পঢ়ক: অসমত খিলঞ্জীয়াৰ প্ৰকৃত সংজ্ঞা নাই; বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালৰ বিস্ফোৰক মন্তব্য

ন্যায়াধীশ দুগৰাকীয়ে জনায় যে কৰ্তৃপক্ষই যিধৰণে কাম কৰিছে তাত তেওঁলোক সন্তষ্ট নহয়। কেইজনমান আমোলাৰ সন্মুখত এই চিকিৎসকসকলক পেলাই দিব নোৱাৰি।

ইপিনে, বোৰ্ডে দাবী কৰে যে পেটাৰ্ণ সলনিৰ বিষয়টো যে হুৰমূৰকৈ কৰা হৈছে সেয়া নহয়।

কিন্তু খণ্ড বিচাৰপীঠে জনাই দিছে যে পৰীক্ষাৰ পেটাৰ্ণ চাইয়েইতো অধ্যয়ন কৰা হয়। তেনেক্ষেত্ৰত যুৱ  চিকিৎসকলক অনাহকতে উদ্বেগৰ মাজলৈ পঠিওৱা হৈছে। এই বৰ্ষতো হ’বলৈ দিয়ক, বাকী তাৰপাছত চিন্তা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd