• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চৰকাৰৰ সকলো সিদ্ধান্তৰেই সমালোচনা হ’ব পাৰে, এনেকৈ গণতন্ত্ৰ জীয়াই নাথাকে : আৰক্ষীক ধমক উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 8, 2024 3:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“আৰক্ষী শিক্ষিত হ’ব লাগিব। বাক আৰু মত প্ৰকাশৰ স্বাধীনতা কি সেয়া আৰক্ষীক শিকাব লাগে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা কৰাটো অপৰাধ নহয়, সেই কথা আৰক্ষীয়ে বুজিব লাগে। যদি আৰক্ষীয়ে তেনেকৈ ভাবে তেন্তে গণতন্ত্ৰ স্থায়ী নহ’ব। সংবিধানে দেশৰ নাগৰিকক দিয়া বাক স্বাধীনতাৰ প্ৰতি আৰক্ষী সংবেদনশীল হ’ব লাগে।” – এটা গোচৰৰ শুনানিত এই ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। 

মহাৰাষ্ট্ৰৰ কলহাপুৰ কলেজত কৰ্মৰত কাশ্মীৰী অধ্যাপক জাভেদ আহমেদ হাজমে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল বিৰোধিতা কৰি হোৱাটছএপত এক বাৰ্তা প্ৰেৰণ কৰিছিল। উক্ত বাৰ্তাটোত ৫ আগষ্ট দিনটোক ‘জম্মু-কাশ্মীৰৰ বাবে কলা দিৱস’ বুলি অভিহিত কৰিছিল।  লগতে অধ্যাপকগৰাকীয়ে ১৪ আগষ্টত পাকিস্তানক স্বাধীনতা দিৱস উপলক্ষে অভিনন্দন জনাইছিল। এনে পৰিপ্ৰেক্ষিতত কাশ্মীৰী অধ্যাপকগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সেই গোচৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে আৰক্ষী আৰু চৰকাৰক গৰিহণা দিয়ে।

Apply Now

ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ এখন বিচাৰপীঠে কয়, ‘ভাৰতীয় সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদত, বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ব্যৱস্থা আছে। গতিকে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বা চৰকাৰৰ প্ৰতিটো সিদ্ধান্তক সমালোচনা কৰাৰ অধিকাৰ প্ৰতিজন নাগৰিকৰ আছে। চৰকাৰৰ যিকোনো সিদ্ধান্তত অসন্তুষ্ট বুলি কোৱাৰ অধিকাৰ তেওঁৰ আছে। সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰ আৰু সেই অধিকাৰৰ ওপৰত নিৰ্ধাৰিত যুক্তিসংগত সীমাৰ বিষয়ে আমাৰ আৰক্ষী সকলক জ্ঞান দিয়াৰ সময় আহি পৰিছে। আমাৰ সংবিধানত সন্নিৱিষ্ট গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁলোকক সংবেদনশীল কৰা উচিত।”

আদালতে কয় যে ৫ আগষ্টক ‘কলা দিৱাস’ বুলি কোৱাটো ‘প্ৰতিবাদ আৰু যন্ত্ৰণাৰ প্ৰকাশ’। পাকিস্তানৰ জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাতো ভাল কাম। ইয়াৰ দ্বাৰা বিভিন্ন ধৰ্মীয় গোটৰ মাজত শত্ৰুতা, ঘৃণা বা ক্ষোভৰ অনুভূতি সৃষ্টি হ’ব বুলি ক’ব নোৱাৰি। 

আৰক্ষী আৰু চৰকাৰক সমালোচনা কৰাৰ উপৰিও উচ্চতম ন্যায়ালয়ে এনে মন্তব্যকাৰীক সতৰ্কবাণীও জাৰি কৰে। আদালতে কয় যে, “গণতান্ত্ৰিক ব্যৱস্থাত অনুমোদিত পদ্ধতিৰ চাৰিখন দেৱালৰ ভিতৰত বিৰোধীসকল থাকিব লাগিব, আৰু ইয়াৰ বাহিৰত একো কৰিব নালাগে।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd