• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পতঞ্জলিয়ে যোগাসন কেম্পৰ বাবদ দিব লাগিব সেৱা কৰ; উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

by
April 21, 2024 2:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰবাৰ চৰ্চাত বাবা ৰামদেৱৰ পতঞ্জলি৷শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে শুল্ক, আবকাৰী আৰু সেৱা কৰ ন্যায়াধিকৰণৰ (CESTAT)ৰ এলাহাবাদ বিচাৰপীঠে ২০২৩ চনৰ ৫ অক্টোবৰত দিয়া নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে৷উক্ত আদেশত পতঞ্জলি যোগপীঠ ট্ৰাষ্ট -এণ্ট্ৰিৰ উদ্যোগত আয়োজন কৰা স্বাস্থ্য আৰু ফিটনেছ সেৱাৰ ওপৰত ট্ৰাষ্টে ‘সেৱা কৰ’ দিব লাগিব বুলি উল্লেখ কৰিছিল।

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি ট্ৰাষ্টৰ আবেদন নিষ্পত্তি কৰাৰ সময়ত ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে কয় যে পতঞ্জলিৰ যোগাসনৰ কেম্পসমূহক ‘স্বাস্থ্য আৰু ফিটনেছ সেৱা’ হিচাপে শ্ৰেণীভুক্ত কৰাটো উচিত।

লগতে পঢ়ক: নিৰ্বাচনী বণ্ডত ১৬ লাখ কোটিৰ দুৰ্নীতি! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্বাৱধানত তদন্তৰ দাবীত উচ্চতম ন্যায়ালয়ত গোচৰ বিশিষ্ট আইনজীৱীৰ

Apply Now

২০১২ চনৰ অক্টোবৰ মাহত শুল্ক আৰু কেন্দ্ৰীয় আবকাৰী আয়ুক্তৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই পতঞ্জলি ট্ৰাষ্টে CESTATৰ কাষ চাপিছিল। উক্ত আদেশত ট্ৰাষ্টৰ পৰা ৪.৯৪ কোটি টকা আৰু সমান পৰিমাণৰ ধন টেক্স হিচাপে বিচৰা হৈছিল।

CESTAT ৰ সন্মুখত যুক্তি দি ট্ৰাষ্টে কৈছিল যে ইয়াৰ কাৰ্য্যকলাপ ‘স্বাস্থ্য আৰু ফিটনেছ সেৱা’ৰ সংজ্ঞাৰ অধীনত কৰৰ যোগ্য নহয় কাৰণ ই শাৰীৰিক ফিটনেছৰ সেৱা নহয়, যোগৰ জৰিয়তে চিকিৎসা প্ৰদান কৰে।এই যোগ শিবিৰসমূহত অংশগ্ৰহণকাৰীসকলৰ পৰা যিখিনি ধন লাভ কৰিছিল সেয়া স্বেচ্ছামূলক অনুদান আৰু প্ৰদান কৰা কোনো সেৱাৰ বাবে লোৱা মাচুল নহয় বুলিও ট্ৰাষ্টে কয়।

লগতে পঢ়ক:  IPL 2024: ট্ৰেভিছৰ ধুমুহাৰে হায়দৰাবাদৰ ৰানৰ পাহাৰ; দুৰ্দান্ত আৰম্ভণি কৰিও আত্মসমৰ্পন দিল্লীৰ

ট্ৰাষ্টৰ আবেদন নাকচ কৰি CESTAT-এ ১৯৯৪ চনৰ বিত্ত আইনত সন্নিৱিষ্ট ‘স্বাস্থ্য আৰু ফিটনেছ সেৱা’ৰ সংজ্ঞাৰ ওপৰত নিৰ্ভৰ কৰিছিল, য’ত কোৱা হৈছে যে শাৰীৰিক ফিটনেছৰ বাবে সেৱা যেনে ষ্টীম বাথ, তুৰ্কী বাথ, ছ’লাৰিয়াম, স্পা, স্লিমিং চেলুন, জিম, যোগাসন, মালিচ আদি অন্তৰ্ভুক্ত৷

ট্ৰাষ্টে যিখিনি লাভ কৰিছিল সেয়া অনুদান বুলি কৰা দাবীৰ সন্দৰ্ভত CESTAT-এ কয়, ‘এয়া একেবাৰে স্পষ্ট যে এই ধনৰাশি স্বাস্থ্য আৰু ফিটনেছ সেৱাৰ অধীনত কৰযোগ্য সেৱাৰ বাবে লোৱা মাচুলৰ বাহিৰে আন একো নাছিল৷’

লগতে পঢ়ক: শাৰীৰিক অসুস্থতাৰ বাবে প্ৰচাৰৰ পৰাও বিৰত আছিল; নিৰ্বাচনৰ পিছদিনাই মৃত্যু বিজেপি প্ৰাৰ্থীৰ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd