• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাহুলৰ ‘মোডী উপাধি’ গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰবিন পল মোগেৰাৰ কি সম্পৰ্ক আছে অমিত শ্বাহৰ লগত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2023 1:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্য ৱায়াৰৰ এক বাতৰি অনুসৰি ৰাহুল গান্ধীৰ ‘মোডী উপাধি’ শীৰ্ষক মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশ ৰবিন পল মোগেৰাৰ এক বিশেষ সম্পৰ্ক আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত। সেই ইতিহাস খুচৰি উলিয়ালে দ্যা ৱায়াৰে।

এসময়ত এটা গোচৰত অমিত শ্বাহৰ অধিবক্তা আছিল ন্যায়াধীশগৰাকী। ন্যায়াধীশ ৰবিন পল মোগেৰা ২০০৬ চনৰ তুলসীৰাম প্ৰজাপতিৰ ভুৱা এনকাউণ্টাৰ গোচৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধিবক্তা আছিল।

Apply Now

২০১৯ চনৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা আৰু দুবছৰৰ কাৰাদণ্ডৰ বিৰুদ্ধে ইতিমধ্যে ন্যায়ালয়ত আপীল দাখিল কৰিছে ৰাহুল গান্ধীয়ে। বাৰ এণ্ড বেঞ্চৰ মতে, বৃহস্পতিবাৰে ন্যায়াধীশ মোগেৰাই গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশৰ আবেদনৰ শুনানি গ্ৰহণ কৰে।

ছুৰাটৰ সূত্ৰৰ জানিব পৰা গৈছে যে ২০১৮ চনৰ জানুৱাৰী মাহত ন্যায়াধীশৰ দায়িত্ব লৈ মোগেৰাই ২০০৬ চনৰ ৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰা ভুৱা এনকাউণ্টাৰ গোচৰটোত শ্বাহৰ পক্ষ লৈছিল। তেতিয়া শ্বাহ আছিল গুজৰাটৰ গৃহমন্ত্ৰী। ন্যায়াধীশ মোগেৰাই ২০১৪ চনলৈকে অমিত শ্বাহৰ অধিবক্তা হিচাপে গোচৰটোৰ দায়িত্ব গ্ৰহণ কৰিছিল।

ইয়াৰ পূর্বে হিন্দী দৈনিক কাকত জনসত্তাতো প্রকাশ পাইছিল যে ২০১৪ চনত এই ভুৱা এনকাউণ্টাৰ গোচৰত চিবিআই আদালতত শ্বাহক প্ৰতিনিধিত্ব কৰিছিল অধিবক্তা মোগেৰাই।

২০১৪ চনত দ্য হিন্দুৱে প্ৰকাশ কৰা এটা বাতৰিৰ মতে, চিবিআই আদালতে শ্বাহৰ অধিবক্তা মোগেৰাক তেওঁৰ আবেদনত কাৰণ নিৰ্ধাৰণ নকৰাৰ বাবে মাতি আনিছিল, য’ত তেওঁ অনুৰোধ কৰিছিল যে শ্বাহক আদালতৰ শুনানিত শাৰীৰিকভাৱে উপস্থিত থকাৰ পৰা ৰেহাই দিয়া উচিত। বিজেপি নেতাগৰাকীক শুনানিৰ পৰা ৰেহাই দিয়াৰ বাবে তেওঁৰ বহু অনুৰোধৰ ভিতৰত এয়া আছিল অন্যতম।

সোহৰাবুদ্দিন–কৌৰবুদ্দিন–তুলচিৰাম প্ৰজাপতি হত্যাকাণ্ডৰ গোচৰত চিবিআইয়ে দাখিল কৰা প্ৰাৰম্ভিক অভিযোগনামাত অমিত শ্বাহ আৰু ৰাজস্থানৰ প্ৰাক্তন উপ–মুখ্যমন্ত্ৰী গুলাবচান্দ কাটাৰিয়া, গুজৰাট, ৰাজস্থান আৰু অন্ধ্ৰপ্ৰদেশৰ কেইবাজনো আই পি এছ বিষয়া আৰু নিম্নস্তৰৰ বিষয়াকে ধৰি ৩৭জন ব্যক্তিৰ নাম উল্লেখ কৰা হৈছিল যদিও পিছত সকলো ৰাজনৈতিক নেতাৰ নাম আৰু জ্যেষ্ঠ আই পি এছ বিষয়াক গোচৰৰ পৰা বাদ দিয়া হয়, আৰু কেৱল নিম্ন পদবীৰ আৰক্ষীৰ বিৰুদ্ধেহে বিচাৰ চলোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd