• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিধ্বংসী ৰূপত সূৰ্যৰ শতক আৰু কুলদীপৰ ঘূৰ্ণীত দিশহাৰা প্ৰোটিয়াছ; ড্ৰ’ৰে সামৰণি টী-২০ শৃংখলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2023 8:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেটিঙত সূৰ্যকুমাৰ যাদৱৰ তাণ্ডৱ, বলিংত ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱৰ ঘূৰ্ণীত আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ল দক্ষিণ আফ্ৰিকা। দুই অধিনায়কৰ অনবদ্য প্ৰদৰ্শনৰ বাবে ভাৰতে দক্ষিণ আফ্ৰিকাৰ মাটিত তিনিখন মেচৰ টি-২০ শৃংখলাটো অমীমাংসিত কৰি ৰাখিল।

শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ ফলত বিনষ্ট হৈছিল। বৰষুণৰ ফলত ভাৰতে দ্বিতীয়খন মেচতো জয়ী হ’ব নোৱাৰিলে। বলাৰসকলে খোপনি ধৰিব পৰা নাছিল। তদুপৰি, ডি এল এছত দক্ষিণ আফ্ৰিকাৰ টাৰ্গেট আৰু অভাৰ হ্ৰাস পাইছিল।

কিন্তু সেই হতাশাৰ পৰা ঘূৰি আহিল ভাৰত। যশস্বী জয়ছোৱালৰ অৰ্ধশতক, অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ অভিলেখ শতকেৰে ভাৰতে প্ৰোটিয়াছৰ বিৰুদ্ধে ২০২ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰে। তাৰ পিছতে জাদেজা-কুলদীপৰ স্পিনৰ যাদু।

Apply Now

দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আইডেন মাৰ্ক্ৰামে টছত জয়লাভ কৰি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। হয়তো শেষৰ মেচখনৰ বৰষুণৰ কথা বিবেচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছিল।

কিন্তু জোহান্সবাৰ্গৰ পৰিস্থিতি আছিল একেবাৰে বিপৰীত। কঠিন খটখটীয়া পিটচ। বেটিং পেৰেডাইজ। একেদৰে স্পিনাৰসকলেও সুবিধা লয়। খেলৰ পূৰ্বে বিশেষজ্ঞসকলেও কৈছিল যে স্পিনাৰসকলে ইয়াত সহায় পাব। দক্ষিণ আফ্ৰিকাৰ  দুগৰাকী স্পিনাৰ ছামছি আৰু মহাৰাজে ৩টা উইকেট দখল কৰে। ভাৰতৰ স্পিন যুটীৰ শক্তি যে দেখা যোৱাটো তেনেই স্বাভাৱিক!

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত চতুৰ্থ শতক অৰ্জন কৰে সূৰ্যকুমাৰ যাদৱে। ইয়াৰ বাহিৰেও যুৱ অ’পেনাৰ যশস্বী জয়ছোৱালৰ অৰ্ধশতক। ভাৰতে দক্ষিণ আফ্ৰিকাক ২০২ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল।

অৱশ্যে জোহান্সবাৰ্গৰ বেটিং পিটচত এই স্ক’ৰ অসম্ভৱ নাছিল। দক্ষিণ আফ্ৰিকাৰ  বেটিঙতো সেই শক্তি আছে। কিন্তু ভাৰতীয় স্পিনাৰসকলক চম্ভালিব পৰা দক্ষতাৰ অভাৱ। পেচাৰসকলেই আৰম্ভণি কৰে। পাৱাৰ প্লে’ত ভাৰতে দক্ষিণ আফ্ৰিকাৰ তিনিটা উইকেট দখল কৰে। ইয়াৰে এটা ৰাণ আউট। বাকী দুটা উইকেট লাভ কৰে মুকেশ কুমাৰ আৰু অৰ্শদীপ সিঙে।

ফিল্ডিঙত পোৱা আঘাতৰ বাবে পাৱাৰ প্লে’ত খেলপথাৰ এৰি যায় সূৰ্যকুমাৰ যাদৱে। খেলৰ দায়িত্বত থাকে উপ অধিনায়ক ৰবীন্দ্ৰ জাডেজা। পাৱাৰ প্লে শেষ হোৱাৰ পিছতে তেওঁ আক্ৰমণ নামিল। প্ৰথম বলতে তেওঁ এটা উইকেট লয়। তাৰ পাছত এফালে জাদেজা আৰু বিপৰীত ফালে কুলদীপ যাদৱ। নিয়মীয়া ব্যৱধানত ভাৰতে উইকেট ল’বলৈ আৰম্ভ কৰে।

ডি আৰ এছৰ ফলত মাজে মাজে অস্বস্তিৰ সৃষ্টি হয়। কাৰিকৰী ত্ৰুটীৰ বাবে  দীৰ্ঘসময় ধৰি ডি আৰ এছ নাছিল। মিলাৰ নিশ্চিত আউটৰ পৰা বাচি যায়। দক্ষিণ আফ্ৰিকাৰ ইনিংছ বেছি সময় নিটিকিল।

খেলখনত জাদেজা-কুলদীপৰ স্পিন যুটিয়ে ৭টা উইকেট দখল কৰে। কুলদীপৰ দখলত ৫টা উইকেট। খেলখনত ১০৬ ৰাণত জয়লাভ কৰি ভাৰতে শৃংখলাটো অমীমাংসিত ৰাখে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd