• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কোনে দিছিল সূৰ্যক ‘স্কাই’ নাম! নিজ মুখে ক’লে সূৰ্যকুমাৰ যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2023 8:15 pm
Suryakumar Yadav
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ক্ৰিকেটত নতুন ৩৬০° বেটাৰ হিচাপে পৰিচিত হৈ পৰিছে ভাৰতৰ তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱ। আন্তৰ্জাতিক ক্ৰিকেটত অভিষকেৰ পিছত এদিনীয়াত ব্যৰ্থ হ’লেও টি-২০ত সূৰ্যই ধাৰাবাহিকভাৱে দেখুৱাই আহিছে দমনীয় প্ৰদৰ্শন।

এনে ধাৰাবাহিকতাৰ সুবাদতে সূৰ্যকুমাৰ যাদৱ সম্প্ৰতি টি-২০ ফৰ্মেটত বেটাৰ ৰেংকিঙত শীৰ্ষস্থানত আছে। বিস্ফোৰক বেটাৰগৰাকী এতিয়া ক্ৰিকেট বিশ্বত ‘স্কাই’ নামেৰে জনপ্ৰিয় হৈ পৰিছে। দুৰন্ত বেটিঙেৰে সঁচাকৈয়ে যেন স্কাই অৰ্থাৎ আকাশ স্পৰ্শ কৰিছে যাদৱে!

Apply Now

সূৰ্যকুমাৰ যাদৱ নামটোৰ ইংৰাজী আখৰৰ সংযোজন ঘটাই তেওঁক এইদৰে ‘স্কাই’ বুলি নামাকৰণ কৰা বুলি সকলোৱে বুজিব পাৰে। কিন্তু এই স্কাই নাম যাদৱে কিদৰে পালে বা কোনে তেওঁক এই নাম দিলে, সেই বিষয়ে কোনো জ্ঞাত নাছিল।

পিছে সূৰ্যকুমাৰ যাদৱে শেহতীয়াকৈ নিজেই জানিবলৈ দিছে তেওঁৰ এই নামাকৰণৰ আঁৰৰ ব্যক্তিজনৰ পৰিচয়। যাদৱে সদৰী কৰা মতে, তেওঁক এই নাম দিছিল ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ গৌতম গম্ভীৰে।

সূৰ্যকুমাৰ যাদৱে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ চাৰিটা ছিজন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফ্ৰেন্সাইজি কলকাতা নাইট ৰাইডাৰ্ছক প্ৰতিনিধি কৰিছিল। সেই সময়ত দলটোৰ অধিনায়ক আছিল গম্ভীৰ। তেতিয়াই গম্ভীৰে সূৰ্যক দিছিল স্কাই নাম।

যাদৱে উল্লেখ কৰা মতে, এদিন গম্ভীৰে যাদৱৰ ওচৰলৈ আহি হঠাতে তেওঁক ‘স্কাই’ বুলি মাতিছিল। নতুন নামটো শুনি দলটোৰ আন খেলুৱৈসকল অলপ আচৰিত হয়। যাদৱেও জানিব পৰা নাছিল যে তেওঁকে স্কাই বুলি সম্বোধন কৰা হৈছে।

তাৰ পিছতহে গম্ভীৰে বুজাই দিয়ে নামটোৰ অৰ্থ। সূৰ্যকুমাৰ যাদৱ- এই দীঘল নামৰ পৰা চুটি কৰি গম্ভীৰে নামৰ প্ৰথম আখৰকেইটা সংযোগ ঘটাই চমুকৈ স্কাই নামাকৰণ কৰিছিল। আৰু এই স্কাই নামেৰেই এতিয়া ক্ৰিকেট বিশ্বত জনপ্ৰিয় হৈ পৰিছে যাদৱ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm
অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd