DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মই সুশান্তৰ প্ৰেয়সী’, অনুগ্ৰহ কৰি চি বি আইৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰক : অমিত শ্বাহলৈ ৰেহাৰ টুইট

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 5:19 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

10.3k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুৰ আকস্মিক মৃত্যুৰ এমাহ পাছত বৃহস্পতিবাৰে সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰেহা চক্ৰৱৰ্তীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ টুইটাৰৰ মাধ্যমেৰে লিখি সমগ্ৰ ঘটনাৰ চি বি আইৰ তদন্ত দাবী কৰে।

”মই সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী…..তেওঁৰ আকস্মিক মৃত্যুৰ এমাহ পাৰ হ’ল। ন্যায়ৰ ক্ষেত্ৰত মোৰ চৰকাৰৰ ওচৰত পুৰ্ণ বিশ্বাস আছে, মই আপোনাক চি বি আইৰ অনুসন্ধানৰ বাবে অনুৰোধ কৰো……মই মাত্ৰ বুজিব বিচাৰু কি চাপৰ ফলত সুশান্তে এনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল,” কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ টুইট কৰি ৰেহাই এই দৰে লিখে।

উল্লেখযোগ্যো যে, বিগত মাহত সুশান্ত সিং ৰাজপুতে মুম্বাইত থকা নিজ বাসগৃহত চিপ লৈ আত্মহত্যা কৰিছিল।

সুশান্তৰ মৃত্যুৰ পাছতে সমগ্ৰ বলিউদ জগতত প্ৰতিভাৱান যুৱ অভিনেতা গৰাকীৰ মৃত্যু সম্পৰ্কে যথেষ্ট চৰ্চা চলি আছে

সুশান্তৰ প্ৰেয়সীৰ উপৰিও জন অধিকাৰী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি পাপ্পু যাদৱে সুশান্তৰ মৃত্যু সম্পৰ্কত তদন্তৰ বাবে চি বি আইৰ অনুসন্ধান বিচাৰি অমিত শ্বাহলৈ পত্ৰ লিখিছিল।

গৃহ মন্ত্ৰী অমিত শ্বাহে পাপ্পু যাদৱৰ পত্ৰৰ উত্তৰ দি এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি কয়।

Recent News

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd