• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মৃত্যুৰ দিনা সুশান্তৰ ফ্লেটত দেখা পোৱা ৰহস্যময়ী নাৰীৰ পৰিচয় উদ্ধাৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 17, 2020 4:17 pm

2 min read

index.jpg1
1.3k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ প্ৰতিভাধৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্যই বাৰে বাৰে মোৰ সলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে সুশান্তৰ মৃত্যুৰ ন ন তথ্য লাভ কৰাৰ দাবী কৰি আহিছে।

যোৱা ১৪ জুনত সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহটো এম্বুলেঞ্চত উঠোৱাৰ সময়ৰ ভিডিঅ’ৰ ফুটেজত থকা তিনিগৰাকী নাৰীৰ পৰিচয়ক লৈ ৰহস্যৰ সৃষ্টি হৈছিল।

মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে এই নাৰী কেইগৰাকীৰ মাজৰ এগৰাকী নাৰীৰ পৰিচয় লাভ কৰা বুলি দাবী কৰিছে।

এই তিনিগৰাকী নাৰীৰ ভিতৰত দুগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও এগৰাকীৰ পৰিচয় উদ্ধাৰ কৰা হৈছে বুলি দাবী সংবাদ প্ৰতিষ্ঠানবোৰৰ।

পৰিচয় উদ্ধাৰ হোৱা নাৰী গৰাকী হৈছে ৰীয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ প্ৰেয়সী জামিলা।

শৌভিকৰ প্ৰেয়সী জামিলাই সুশান্তৰ মৃত্যুৰ দিনা তেওঁৰ মৃতদেহটো এম্বুলেঞ্চত উঠোৱাৰ সময়ত উক্ত স্থানত উপস্থিত থকাৰ দৃশ্য ভিডিঅ’ ফুটেজত ধৰাও পৰিছে।

ভিডিঅ’ ফুটেজত জামিলাই আৰক্ষীৰ ভিৰ ফালি ভিতৰলৈ সোমাই যোৱা দেখা গৈছে।

মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে প্ৰশ্ন উত্থাপন কৰিছে যে সুশান্তৰ মৃতদেহ এম্বুলেঞ্চত উঠোৱাৰ সময়ত শৌভিক চক্ৰৱৰ্তীৰ প্ৰেয়সী জামিলাই তাত কি কৰি আছিল?

এই একেটা প্ৰশ্ন উত্থাপন কৰা হৈছে অপৰিচিত অন্য দুগৰাকী নাৰীৰ উপস্থিতিক লৈ।

উক্ত স্থানত সেই নাৰী কেইগৰাকীৰ ৰহস্যজনক উপস্থিতিক লৈ মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠানবোৰে প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে।

জানিব পৰামতে উক্ত নাৰী কেইগৰাকী সুশান্তৰ পৰিয়ালৰ বাবেও অপৰিচিত আছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd