• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চি বি আইক প্ৰদান কৰা হ’ল সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2020 1:42 pm

2 min read

Sushant-Singh-Rhea-Chakraborty

সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তী।

374
VIEWS
Share on FacebookShare on Twitter

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি বিহাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত চলি থকা সংঘাতৰ অৱসান ঘটাই আজি উচ্চতম ন্যায়ালয়ে গোচৰৰ তদন্ত চি বি আইক প্ৰদান কৰে।

ইমান দিনে মহাৰাষ্ট্ৰ আৰক্ষীয়ে চলাই থকা এই গোচৰটোৰ সকলো তথ্য চি বি আইক অৰ্পণ কৰিবলৈও আজি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তিৰ বিৰুদ্ধে পাটনাত দাখিল কৰা গোচৰটো মুম্বাইলৈ ট্ৰেন্সফাৰৰ বাবে ৰিয়াই কৰা আবেদন খাৰিজ কৰি আজি গোচৰৰ দায়িত্ব চি বি আইক প্ৰদান কৰে।

ইফালে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক লৈ মহাৰাষ্ট্র চৰকাৰে ৰিভিউ পিটিচন দাখিল কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

আজি উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সদৰি কৰি কয় ‍‘সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত এতিয়া চি বি আইয়ে কৰিব। পাটনাত যি এফ আই আৰ দাখিল কৰা হৈছে সেয়া আইনসন্মত’।

এই সিদ্ধান্তৰ পিছত মহাৰাষ্ট্র চৰকাৰৰ অধিবক্তাই কয় যে ‍আমি এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাম। এই সন্দৰ্ভত ন্যায়ালয়ে কয় যে এয়া ৩৫ পৃষ্ঠাৰ সিদ্ধান্ত। প্ৰথমে আপুনি এইখন পঢ়ক। আমি সকলো অধ্যয়ন কৰাৰ পিছতহে সিদ্ধান্ত শুনাইছো।

উচ্চতম ন্যায়ালয়ে কয় যে নীতিশ চৰকাৰে এই গোচৰৰ বাবে যি চি বি আই তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল। আৰু এতিয়া চি বি আইক সম্পূৰ্ণ সহযোগ কৰিব লাগিব মহাৰাষ্ট্র চৰকাৰে।

ইয়াৰ উপৰি সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত চি বি আইক কোনো ৰাজ্যৰ আৰক্ষীয়ে হস্তক্ষেপ কৰিব নোৱাৰে বুলিও উল্লেখ কৰে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক প্ৰয়াত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লোকে আন্তৰিকতাৰে আদৰণি জনাইছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd