• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব ল’ব সুশীল চন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 8:14 am
2021_4largeimg_1475438986-1140x570

দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ। ফাইল ফটো।

302
VIEWS
Share on FacebookShare on Twitter

দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে সুশীল চন্দ্ৰ।

সুশীল চন্দ্ৰক ভাৰতৰ নিৰ্বাচন আয়োগৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

মঙলবাৰে তেওঁ নিজৰ নতুন দায়িত্ব গ্ৰহণ কৰিব আৰু ২০২২ৰ ১৪মে’ত অৱসৰ গ্ৰহণ কৰালৈকে প্ৰায় এবছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰিব।

২০১৯ৰ ফেব্ৰুৱাৰীত নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰা সুশীল চন্দ্ৰই মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ স্থানত স্থলাভিষিক্ত হ’ব।

তেওঁৰ কাৰ্যকালৰ সময়ছোৱাতে তেওঁ পাঁচখন ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, পঞ্জাৱ, গোৱা, উত্তৰাখণ্ড আৰু মণিপুৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দায়িত্বত থাকিব।

সুশীল চন্দ্ৰই পূৰ্বে চেন্ট্ৰেল ব’ৰ্ড অফ ডাইৰেক্ট টেক্সেছ(চিবিডিটি)ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

গোৱা, মণিপুৰ, উত্তৰাখণ্ড আৰু পঞ্জাৱ বিধানসভাৰ কাৰ্যকাল অহা বছৰৰ মাৰ্চ মাহত সমাপ্ত হ’ব।

আটাইতকৈ জ্যেষ্ঠ নিৰ্বাচনী আয়ুক্ত গৰাকীকে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ পৰম্পৰাগত প্ৰথা অনুসৰিয়েই চৰকাৰে নিৰ্বাচন আয়োগৰ শীৰ্শ পদটোৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd