• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য অধিক : সুব্ৰমণিয়ম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 2, 2021 11:57 am

1 min read

সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য অধিক : সুব্ৰমণিয়ম
297
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰাৰ বিষয়টোক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীয়ে নিজৰ চৰকাৰকে আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে।

তেওঁ চৰকাৰক লক্ষ্য কৰি লৈ কয় যে ৰামৰ ভাৰতত সীতাৰ নেপাল আৰু ৰাৱণৰ লংকাৰ তুলনাত অধিক হাৰত পেট্ৰ’ল বিক্ৰী হৈ আছে।

সোমবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত প্ৰতি লিটাৰ পেট্ৰ’লত ২.৫ টকা আৰু প্ৰতি লিটাৰ ডিজেলত চাৰি টকাকৈ কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে মঙলবাৰে এটা টুইটৰ জৰিয়তে এখন ফটো শ্বেয়াৰ কৰা পৰিলক্ষিত হয়।

তেওঁ টুইটটোত লিখে, ‘ৰামৰ ভাৰতত পেট্ৰ’লৰ মূল্য ৯৩ টকা, সীতাৰ নেপালত ৫৩ টকা আৰু ৰাৱণৰ লংকাত ৫১ টকা’।

pic.twitter.com/Imrz3OSag7

— Subramanian Swamy (@Swamy39) February 2, 2021

উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে ৰাতিপুৱা ছয় বজাত সলনি হয়। নতুন হাৰবোৰ ৰাতিপুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হয়।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিশ্যন আৰু অন্য কিছু মিলি ইয়াৰ মূল্য প্ৰায় দুগুণ হয়।

বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য কি তাৰ আধাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য দৈনিক সলনি হয়।

পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯০ টকা অতিক্ৰম কৰাটো চৰকাৰৰ দ্বাৰা ৰাইজৰ ওপৰত চৰম শোষণ বুলি ইয়াৰ পূৰ্বেও মন্তব্য কৰিছিল স্বামীয়ে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd