• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ গণভোটৰ জৰিয়তে বোর্খা নিষিদ্ধ কৰিলে ইউৰোপৰ আন এখন দেশে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2021 3:21 pm

1 min read

a bor
234
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বহু দেশে মুছলমান মহিলাই পৰিধান কৰা বোৰ্খা নিষিদ্ধ কৰাৰ পিছত এইবাৰ ইউৰোপৰ আন এখন দেশে বোৰ্খা নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে।

শেহতীয়াকৈ বোৰ্খা নিষিদ্ধ কৰা ইউৰোপৰ দেশ খন হৈছে ছুইজাৰলেণ্ড।

ছুইজাৰলেণ্ডে শেহতীয়াকৈ দেশ খনত অনুষ্ঠিত কৰা গণভোটত বোৰ্খাৰ সপক্ষে যিমান সংখ্যক লোকে ভোটদান কৰে তাতকৈ কিছু বেছি সংখ্যক লোকে বোৰ্খা পৰিধানৰ বিৰুদ্ধে ভোট দিয়ে।

ফলত ছুইজাৰলেণ্ডৰ চৰকাৰে অধিসূচনা জাৰি কৰি দেশ খনত বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰে।

এতিয়াৰে পৰা ছুইজাৰলেণ্ডত কোনো মহিলাই বোৰ্খা পৰিধান কৰি বজাৰ-সমাৰ কৰিব নোৱাৰিব বা ৰাজহুৱা স্থানত ওলাব নোৱাৰিব।

গণভোটত বোৰ্খা পৰিধান নিষিদ্ধ কৰাৰ সপক্ষে ভোটদান কৰে ১৪ লাখ ২৬ হাজাৰ ৯৯২ গৰাকী লোকে।

একেদৰে বোৰ্খা নিষিদ্ধ কৰাৰ বিৰুদ্ধে ভোটদান কৰে ১৩ লাখ ০৯ হাজাৰ ৬২১ গৰাকী লোকে।

উল্লেখ্য ছুইজাৰলেণ্ডৰ চৰকাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰাৰ স্বাৰ্থতে বোৰ্খা নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছে যদিও ইছলামিক সংগঠন সমূহে এয়া চৰকাৰৰ ইছলাম বিৰোধী পদক্ষেপ বুলি মন্তব্য কৰিছে।

ইউৰোপৰ বহু কেই খন দেশে ইতিমধ্যে বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰিছে।

বোৰ্খা নিষিদ্ধ কৰা দেশ সমূহৰ ভিতৰত বহু কেইখন ইছলামিক দেশো আছে।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd