• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ কেওঁটকুছি পঞ্চায়তত বেলটত বিসংগতি : কংগ্ৰেছী প্ৰাৰ্থীৰ নামত পদুম ফুলৰ প্ৰতীক

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 9, 2018 7:21 am
Barpeta congress symbolphoto

বৰপেটাত ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ মুহূৰ্তত বিষয়া-কৰ্মচাৰীসকল। ফটো : নৰ্থইষ্ট নাও

774
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ক্ষণত শনিবাৰে বিয়লি বৰপেটা জিলাৰ ১০ নং কেওঁটকুছি গাঁও পঞ্চায়তৰ বেলট কাকতত বিসংগতি হোৱাৰ ঘটনা জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি বৰপেটা নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০ নং কেওঁটকুছি গাওঁ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে চপা হোৱা বেলট কাকতত কংগ্ৰেছ প্ৰাৰ্থীৰ নামৰ বিপৰীতে বিজেপি দলৰ প্ৰতীক পদুম ফুল ছপা হোৱাটো স্থানীয় বি এল অ’ই প্ৰথমে প্ৰত্যক্ষ কৰে।

পঞ্চায়তটোত সভাপতি পদত বিজেপি দলৰ প্ৰাৰ্থী নাই যদিও পঞ্চায়তটোত বিজেপিৰ প্ৰতীক চিহ্ন বেলট পেপাৰত প্ৰত্যক্ষ কৰি বি এল অ’ গৰাকীয়ে হতভম্ব হৈ পৰে ৷

গাওঁ পঞ্চায়টোৰ সভাপতি পদত দুগৰাকী প্ৰাৰ্থী ক্ৰমে কংগ্ৰেছ দলৰ ছুফিয়া খাতুন আৰু অগপ দলৰ এগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ কিন্তু বেলট কাকতত কংগ্ৰেছী প্ৰাৰ্থী গৰাকীৰ নামৰ বিপৰীতে বিজেপি দলৰ প্ৰতীক চিহ্ন পদুম ফুল ছপা হয় ৷

উক্ত বিসংগতি পোহৰলৈ অহাৰ পাছতে স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু সংশ্লিষ্ট বিল এল অ’ তথা ৰাইজে বেলট সমূহ পুনৰ শুদ্ধভাৱে ছপা কৰিবলৈ জিলা নিৰ্বাচনী কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে ৷

প্ৰশাসনে নিশাৰ ভিতৰতেই শুদ্ধ বেলট কাকত যোগান ধৰাৰ আশ্বাস দিয়া বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd