• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অইল টাৰ্মিনেলৰ গুণ্ডাটেক্স : মুখ্য মন্ত্ৰীৰ চি আই ডি তদন্তৰ নিৰ্দেশক আদৰণি অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ

NE NOW NEWS এন ই নাও নিউজ
ডিগবৈ , September 3, 2018 10:06 am

2 min read

অইল টাৰ্মিনেলৰ গুণ্ডাটেক্স : মুখ্য মন্ত্ৰীৰ চি আই ডি তদন্তৰ নিৰ্দেশক আদৰণি অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ
142
VIEWS
Share on FacebookShare on Twitter

ডিগবৈৰ অইল টাৰ্মিনেলত চলি থকা গুণ্ডাটেক্স সংগ্ৰহত শেহতীয়াকৈ অসম চৰকাৰে কৰা হস্তক্ষেপৰ ফলত জিলা প্ৰশাসনে গোলাই এছ’চিয়েশ্যনৰ গুণ্ডাৰাজ বন্ধ কৰিবলৈ বাধ্য হয়। ।

জিলা প্ৰশাসনে দেওবাৰৰ পৰা নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে। ফলত টেংকাৰ চালক সকলে সুকলমে ল’ডিং কৰিব পাৰিছে।

উল্লেখযোগ্য যে অইল টাৰ্মিনেলত বিধায়ক সুৰেন ফুকনৰ পৃষ্ঠপোষকতাত চলি থকা গুণ্ডাৰাজত অতিষ্ঠ হৈ সমগ্ৰ উত্তৰ-পূবত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে ধৰ্মঘট কৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে চৰকাৰে এই ছিণ্ডিকেট উৎখাত কৰিবলৈ বাধ্য হয়।

ইফালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অইল টাৰ্মিনেলত চলি থকা ছিণ্ডিকেটৰ ক্ষেত্ৰত চি আই ডিৰ তদন্ত ঘোষণা কৰাত অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে মুখ্য মন্ত্ৰী গৰাকীৰ এই পদক্ষেপক আদৰণি জনাইছে।

আনহাতে অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ উজনি অসম শাখাৰ সভাপতি ৰঞ্জন চৌধুৰীয়ে মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰা চি আই ডি তদন্তত যাতে কোনো কাৰণতে কোনো সাৰি যাব নোৱাৰে বুলি উল্লেখ কৰি ছিণ্ডিকেটৰাজ চলোৱা গোলাই এছ’চিয়েশ্যনক ৰক্ষণাবেক্ষণ দিয়া সকলো তদন্তৰ আওতাত সোমাব লাগিব বুলি কয়।

লগতে ডিগবৈ টাৰ্মিনেলৰ উপ-মহাপ্ৰবন্ধক টাব্ৰেজ আহমেদৰ উপৰি আন আন বিষয়া সকলকো তদন্তৰ আওতাত আনিলেহে তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব বুলি সভাপতি গৰাকীয়ে কয়।

তাৰোপৰি যোৱা ২৯ আগষ্ট আৰু ১ ছেপ্টেম্বৰৰ টাৰ্মিনেলৰ চি চি টি ভি কেমেৰাৰ সকলো ভিডিঅ’ ফুটেজ তদন্তৰ বাবে সংৰক্ষিত কৰি ৰাখিবৰ বাবেও চৌধুৰীয়ে আহ্বান জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd