• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! বিশাল কাৰখানাত দিনে নিশাই তৈয়াৰ হয় শ্বেম্পু-ডিটাৰজেণ্টৰ “গাখীৰ”

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 12:41 am
Synthetic milk: MP police bust racket, arrest 62 persons

প্ৰতীকী ছবি। সৌজন্য-- pexels

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্য প্ৰদেশৰ গোৱালিয়ৰ অঞ্চলত অৱস্থিত দুটাকৈ বিশাল কাৰখানাত দিনে-নিশাই শ্বেম্পু, ডিটাৰজেণ্ট, ৰং আৰু বিভিন্ন ৰাসায়নিক মিহলি কৰি তৈয়াৰ কৰা হয় “গাখীৰ”।

কেইবা শ শ্ৰমিকে কাম কৰা বহু একৰ জুৰি বিস্তৃত এই কাৰখানাকেইটাই দৈনিক ২ লাখ লিটাৰ গাখীৰ উৎপাদন কৰে।

Apply Now

খাদ্য হিচাপে ভয়ানকভাৱে বিষাক্ত এই “গাখীৰ”এই নহয়, লগতে উৎপাদিত হয় চীজ আৰু পনীৰো।

কাৰখানাকেইটাৰ পৰা কেৱল মধ্য প্ৰদেশেই নহয়, দেশৰ আন বহুটো ৰাজ্যত গাখীৰ যোগান ধৰা হয়।

এই বিষাক্ত গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীসমূহ দেশৰ ৰাজধানী নতুন দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত বিক্ৰী হোৱাটো এতিয়ালৈকে নিশ্চিত কৰা হৈছে।

অসম বা উত্তৰ-পূবৰ আন ৰাজ্যলৈ সেই গাখীৰ অহাটো এতিয়ালৈকে নিশ্চিত হোৱা নাই।

বাতৰি মতে, এই বিষাক্ত দুগ্ধজাত সামগ্ৰীসমূহ ব্ৰেণ্ডেদ বিপণিত বিক্ৰী কৰা হয়।

শুকুৰবাৰে আৰক্ষীয়ে কাৰখানাটোত তালাচী চলাই ৬২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে।

আৰক্ষীৰ অভিযানৰ সময়ত জব্দ হোৱা সামগ্ৰী আৰু বাহনৰ সংখ্যা শুনিলে আপুনি কাৰখানাটোৰ উৎপাদনৰ পৰিমাণ অনুমান কৰিব পাৰিব।

জব্দ হৈছে গাখীৰ পৰিবহণৰ বাবে শাৰী পাতি থকা ২০খন টেংকাৰ আৰু ১১খন পিক আপ ভেন!

লগতে, বিষাক্ত ১০০০০ লিটাৰ গাখীৰ, ৫ কুইণ্টল খ’য়া আৰু ২ কুইণ্টল পনীৰ।

মৰেনা জিলাৰ অম্বা আৰু ভিন্দ জিলাৰ লাহৰত থকা কাৰখানা দুটাত বিশেষ অভিযানকাৰী গোটে অভিযান চলাইছিল।

আৰক্ষী অধীক্ষক ৰাজেশ ভাদৰিয়াই সংবাদ মাধ্যমত এইসমূহ তথ্য সদৰী কৰিছে।

খবৰ মতে, ৩০ শতাংশ বিশুদ্ধ গাখীৰৰ সৈতে বাকী ৰাসায়নিক সামগ্ৰীসমূহ যোগ দি এই বিষাক্ত গাখীৰ উৎপাদন কৰা হয়।

এই বিষাক্ত দুগ্ধজাত সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰিবলৈ মজুত ৰখা বৃহৎ পৰিমাণৰ ৰিফাইনদ অইল, গ্লুক’জ পাউদাৰ, পনীয়া ডিটাৰজেণ্ট, চেম্পু, বগা ৰং, maltodextrin powder, sodium thiosulfate আৰু অন্যান্য ৰাসায়নিক সামগ্ৰী অভিযানত জব্দ হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জনায়।

বাতৰি মতে, এনে ১ লিটাৰ ভেজাল গাখীৰ উৎপাদন ব্যয় মাত্ৰ ৫টকা আৰু তাক লিটাৰত ৫০ টকা পৰ্য্যন্ত বিক্ৰী কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd