সাৱধান! মুহূৰ্তত ৰাজ্যত বাঢ়িছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; ২১০০ অতিক্ৰম
ৰাজ্যত প্ৰতি মুহূৰ্তত বাঢ়ি আছে ক'ৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৪২ গৰাকী ৰোগীৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ উপস্থিতি। ...
Read moreDetailsৰাজ্যত প্ৰতি মুহূৰ্তত বাঢ়ি আছে ক'ৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৪২ গৰাকী ৰোগীৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ উপস্থিতি। ...
Read moreDetailsৰাজ্যত অপ্ৰতিৰোধ্য ক'ৰ'ণাৰ সংক্ৰমণ। আজিৰ দিনটোত ৰাজ্যত মুঠ ক'ৰ'ণা আক্ৰান্তৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলেও আহিছে এক ভাল খবৰ। আজিৰ দিনটোত বৰ্তমানলৈকে ...
Read moreDetails৮৫গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ২০৭৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে বৰপেটাৰ ...
Read moreDetailsনতুন তিনিগৰাকী ক’ভিড-১৯ আক্ৰান্তৰ সৈতে মিজোৰামত মুঠ ৰোগীৰ সংখ্যা ১৭লৈ বৃদ্ধি পাইছে। প্ৰথমগৰাকী ক’ভিড ৰোগী ইতিমধ্যে আৰোগ্য হোৱা ৰাজ্যখনত সক্ৰিয় ...
Read moreDetailsদিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিঘী জামাতৰ কাৰ্যসূচীত যোগদান কৰা ২২০০ বিদেশী নাগৰিকক ব্লেকলিষ্টেড কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এক সিদ্ধান্ত ...
Read moreDetailsনগাঁও জিলাৰ চামগুৰিত বহিঃ ৰাজ্যৰ পৰা অহা আৰু এজন যুৱকৰ দেহত ক'ভিড ১৯ ধৰা পৰিছে। চামগুৰিৰ কাছখাইটিৰ লাওখোৱা আদৰ্শ বিদ্যালয় ...
Read moreDetails৭৪গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত বুধবাৰে মুঠ আক্ৰান্ত ব্যক্তিৰ সংখ্যা ১৮৩০লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে ...
Read moreDetails৮৪গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত বুধবাৰে মুঠ আক্ৰান্ত ১৭৫৬লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে ডিমা হাচাওৰ ...
Read moreDetailsৰাজ্যত অপ্ৰতিৰোধ্য ক'ৰ'ণাৰ সংক্ৰমণ। কিন্তু এই বেয়া খবৰৰ মাজে মাজে আজিৰ দিনটোতো আহিছে পুনৰ এক ভাল খবৰ। আজিৰ দিনটোত বৰ্তমানলৈকে ...
Read moreDetailsবিশ্বনাথত একেটা দিনতে পুনৰ ১১ জন লোকৰ ক'ভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে। বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা আৰু জিলাখনৰ কোৱাৰেন্টাইন কেন্দ্ৰত ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd