ত্ৰিপুৰাত আই পি এফ টিৰ ৪ শতাধিক সদস্যৰ কংগ্ৰেছত যোগদান
আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মিত্ৰদল আই পি এফ টিত মোক্ষম ...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থকা অৱস্থাতে ত্ৰিপুৰাত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ মিত্ৰদল আই পি এফ টিত মোক্ষম ...
Read moreDetails৩ এপ্ৰিল অৰ্থাৎ বুধবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী চমুকৈ চি পি আইৰ ৰাজ্যিক কাৰ্য্যালয়ত মুকলি কৰা হয় নিৰ্বাচনী ইস্তাহাৰ। দলটোৱে সমগ্ৰ ...
Read moreDetailsগোলাঘাট জিলাৰ সম্পূৰ্ণ অংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি গঠন হৈছে ১১ নম্বৰ কলিয়াবৰ লোকসভা সমষ্টি। এই সমষ্টিটো অসংৰক্ষিত। নিৰ্বাচন ...
Read moreDetailsবিজেপিৰ বিৰুদ্ধে “আদৰ্শৰ যুদ্ধ” দোহাৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে বুধবাৰে বোকাখাতত অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা নাগৰিকত্ব ...
Read moreDetailsবৰপেটা লোকসভা সমষ্টিত আজি কেইবাগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ৷ প্ৰথমে অগপ, বি পি এফ আৰু বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ...
Read moreDetailsপ্ৰফুল্ল কুমাৰ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰা বুলি একাংশ সংবাদ মাধ্যম প্ৰচাৰিত বাতৰি খণ্ডন কৰি বিষয়টো সন্দৰ্ভত বুধবাৰে ...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দৰাম ৰাভাই সদল বলে গৈ কোকৰাঝাৰ নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত ...
Read moreDetailsআজি অৰুণাচলৰ পাচিঘাটত বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পাচিঘাটৰ নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনাৰে তুলাধূনা দিয়ে মোডীয়ে। সভাত ...
Read moreDetailsভোট দিম বুলি পাঙি আছিলো আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ নামাৱলী পিন্ধি জাতিধ্বংসী ‘কেব’ৰ বিৰোধিতাত শংখনিনাদ কৰি তাৰ উৎকট সমৰ্থক বিজেপিৰে মিত্ৰতা ভংগ কৰা ...
Read moreDetailsঘোঁৰাত উঠি বীৰাংগনাৰ সাজেৰে আজি মনোনয়ন পত্ৰ দাখিল কৰে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে। সহস্ৰাধিক সমৰ্থকৰ সৈতে ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd