• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট কাক দিব? স্পষ্টীকৰণ প্ৰফুল্ল মহন্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 5, 2019 3:29 pm
Who to vote this loksabha election? Former Assam CM Mahanta clarifies his stance

প্ৰফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰফুল্ল কুমাৰ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰা বুলি একাংশ সংবাদ মাধ্যম প্ৰচাৰিত বাতৰি খণ্ডন কৰি বিষয়টো সন্দৰ্ভত বুধবাৰে স্পষ্টীকৰণ দিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

কংগ্ৰেছক ভোট দিয়া নিদিয়াৰ সিদ্ধান্ত অসমীয়াৰ “বিবেক”লৈ ঠেলি মহন্তই নাগৰিকত্ব বিধেয়কৰ সমৰ্থক দলৰ পৰা নিৰ্বাচনত আঁতৰি থাকিবলৈ আহ্বান জনাইছে।

Apply Now

“অসমৰ মানুহে কাক ভোট দিব, সেয়া নিজে ঠিক কৰিব। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনকাৰীসকলৰ পৰা ৰাইজ আঁতৰি থাকক। বিজেপিৰ সভাপতি অমিত শ্বাহে বাৰে বাৰে কৈ আছে, চৰকাৰ আহিলে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব। অসমৰ ৰাইজে বিবেক ভোট দিয়ক,” “কেব”বিৰোধী ভোট আহ্বানৰ অৰ্থ কেৱল “কংগ্ৰেছক সমৰ্থন নহয়” বুলি উল্লেখ কৰি গুৱাহাটীৰ হোটেল ৰিজেন্সিত অনুষ্ঠিত সংবাদমেলত মন্তব্য মহন্তৰ।

নাগৰিকত্ব বিধেয়ক বিৰোধী দলীয় বা নিৰ্দলীয় আৰু অসমৰ সমস্যাসমূহৰ হৈ মাত মাতিব পৰা আৰু বলিষ্ঠ পদক্ষেপ ল’ব পৰা প্ৰাৰ্থীক ভোট দিবলৈ তেওঁ আহ্বান জনাইছে।

তাৰোপৰি অগপই নিৰ্বাচন আয়োগত “তাৰকা প্ৰচাৰক’’ৰূপে নাম দাখিল কৰা মহন্ত নিৰ্বাচনত অগপৰ হৈ প্ৰচাৰ নচলোৱাৰ সিদ্ধান্তটো অটল আছে।

মহন্তৰ অজ্ঞাতে অগপ সভাপতি অতুল বৰা, কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ মাত্ৰ কেইজনমান নেতাইহে বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰি প্ৰচাৰৰ পৰা আঁতৰি আছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

অসম চুক্তিৰ স্বাক্ষৰকাৰী নেতা মহন্তই অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক গণবিৰোধৰ সন্মুখীন হোৱা বিতৰ্কিত বিধেয়কখনৰ পূৰ্বৰে পৰা বিৰোধ কৰি আহিছে।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd