ৰাজেন গোহাঁইৰ গোচৰ যৌন কেলেংকাৰিৰ বাতৰি প্ৰচাৰ কৰা চেনেলৰ বিৰুদ্ধে ||Video||
গোচৰীয়াৰ সৈতে বুজাবুজি কৰি যৌন কেলেংকাৰিৰ গোচৰৰ পৰা মুক্তি পালেও ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰত অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা ৰে’ল ৰাজ্যিক মন্ত্ৰী ...
Read moreDetailsগোচৰীয়াৰ সৈতে বুজাবুজি কৰি যৌন কেলেংকাৰিৰ গোচৰৰ পৰা মুক্তি পালেও ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰত অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা ৰে’ল ৰাজ্যিক মন্ত্ৰী ...
Read moreDetailsৰাজ্যত আজি অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত আনৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ ...
Read moreDetailsভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আজি দিল্লীৰ পৰা গুৱাহাটী পায়হি অসমৰ দুজন বিশিষ্ট ভোটাৰ- প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিং আৰু তেওঁৰ পত্নী ...
Read moreDetailsই ভি এম প্ৰক্ৰিয়াত বিসংগতি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই। মহানগৰীৰ ১৫৫ নং ...
Read moreDetailsলোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত আজি ভোটাধিকাৰ সাব্যস্ত কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। ৰাতিপুৱাই দাসে সপৰিয়ালে বৰপেটা ৰ’ডৰ ...
Read moreDetailsমঙলবাৰে পুৱাই ভোট দিবলৈ গুৱাহাটীৰ বামুনীমৈদামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়স্থিত ভোটকেন্দ্ৰলৈ পৰিয়াল সহিতে আহিল গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা। উপস্থিত ...
Read moreDetailsৰাজ্যৰ ৪টা লোকসভা সমষ্টিত বৰ্তমান চলি থকা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত এই পৰ্যন্ত ১২.৩৬ শতাংশ ভোটাৰে ভোটদান কৰিছে। উল্লেখযোগ্য যে আজি ...
Read moreDetailsৰাজ্যত আজি অনুষ্ঠিত হৈ থকা তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত ভোটদান কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। দিঘলীয়া শাৰী ...
Read moreDetailsভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ১নং কৰিমগঞ্জ (অনুসুচিত জাতি) আৰু ৩ নং স্বায়ত্তশাসিত জিলা (অনুসুচিত জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত কেইটামান ...
Read moreDetailsআজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যৰ চাৰিটা সমষ্টিৰ ৰাইজে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিবলৈ কেন্দ্ৰ সমূহলৈ ওলাই ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd