DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

by
March 7, 2021 7:43 pm
316
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ছইফ আলী খানৰ ভগ্নী ছাবা আলি খানে ইনষ্টাগ্ৰামত ভতিজাক টাইমুৰ আলি খানৰ কেইবাখনো মৰমলগা ফটো প’ষ্ট কৰিছে।

অনুৰাগীসকলে টাইমুৰৰ ফটোকেইখন দেখি সুখী অনুভৱ কৰিছে।

 

View this post on Instagram

 

A post shared by Saba (@sabapataudi)

চাৰি বছৰীয়া টাইমূৰৰ স’তে এখন ফটোত মাক কৰিণা কাপুৰকো দেখা পোৱা গৈছে।

জিভা উলিয়াই কৰিণাই তোলা ছেল্ফীখনত টাইমূৰেও পাউট কৰি ধেমেলীয়া ভংগীমাত আছে।

ফটোখনৰ তলৰ কেপচনত ছাবাই মাক-পুতেক দুয়োকে স্নেহ জ্ঞাপন কৰিছে।

 

View this post on Instagram

 

A post shared by Saba (@sabapataudi)

আন এখন পুৰণি ফটোত টাইমুৰে দেউতাক ছঈফ আলী খানৰ স’তে দেখা গৈছে।

ফটোখনত নবাবী সাজত বাপেক-পুতেক দুয়োৱে সাৱটা-সাৱটি কৰি আছে।

ফটোখনৰ তলত ছাবাই লিখিছে যে নৱাবী সাজযোৰে বাপেক-পুতেকক ধুনীয়াকৈ খাপ খাইছে।

 

View this post on Instagram

 

A post shared by Saba (@sabapataudi)

ছাবাই প’ষ্ট কৰা আন এখন ফটোত টাইমুৰ অকলে আছে।

ফটোখনৰ তলত ছাবাই টাইমুৰক ‘মাই জান, লাভ ইউ’ বুলি স্নেহ জ্ঞাপন কৰিছে।

কৰিণা-ছঈফৰ সংসাৰৰ প্ৰথম সাক্ষী হিচাপে টাইমুৰ আলি খানৰ জন্ম হৈছিল ২০১৬ চনত।

শেহতীয়াকৈ ২১ ফেব্ৰুৱাৰীত তেওঁলোকৰ সংসাৰলৈ নতুন এটা সন্তান আহিছে।

এতিয়ালৈকে নৱজাত সন্তানৰ ফটো অথবা নাম ৰাজহুৱা কৰা হোৱা নাই।

Recent News

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd