DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সতীত্বৰ পৰীক্ষা! ৰামপুৰত এজন লোকে পত্নীৰ যৌনাংগ চিলালে এলুমিনিয়ামৰ তাঁৰেৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2021 8:43 pm
533
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত সংঘটিত হৈছৈ এটা নিকৃষ্ট ঘটনা।

এজন মানুহে নিজৰ পত্নীৰ যৌনাংগ এলুমিনিয়ামৰ তাঁৰেৰে চিলায় ‘সতীত্ব’ৰ পৰীক্ষা কৰে।

পত্নীয়ে কাৰোবাৰ স’তে বিবাহবহিৰ্ভূত সম্পৰ্ক ৰক্ষাৰ সন্দেহতে তেওঁ এই কাম কৰে।

পেচাত ড্ৰাইভাৰ মানুহজনে এইদৰে পত্নীৰ ‘আনুগত্য পৰীক্ষা’ কৰে।

প্ৰথমে পত্নীৰ হাত আৰু ভৰি বান্ধি লয়, তাৰপাছত যৌনাংগ চিলায় এলুমিনিয়ামৰ তাঁৰেৰে।

পত্নীৰ ৰক্তক্ষৰণ হোৱাৰ পাছতে মানুহজন তাৰ পৰা উধাও হয়।

তাৰপাছত, ২৪ বছৰীয়া পত্নীয়ে তাইৰ মাকক খবৰ দিয়ে, যি কাষৰ গাঁওখনতে বাস কৰে।

তাৰপাছতে মাকে তাইক কাষৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়।

তদুপৰি মিলাক আৰক্ষী থানাত এটা গোচৰ পঞ্জীয়ন কৰে।

আৰক্ষীৰ অনুৰোধমৰ্মে ৰামপুৰ জিলাৰ হস্পিতালত মানুহজনৰ পত্নীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়।

স্বাস্থ্য পৰীক্ষাত তাইৰ আঘাত গুৰুত্তৰ হিচাপে প্ৰমাণিত হয়।

কিছু পাছতে মানুহজনক আৰক্ষীয়ে আটক কৰে।

”মোৰ স্বামীয়ে মোক প্ৰায়ে কোনো কাৰণ নোহোৱাকৈ মাৰধৰ কৰে। তেওঁ সন্দেহ কৰে যে মই বিবাহবহিৰ্ভূত সম্পৰ্কত আছো আৰু মোক মোৰ সতীত্বৰ প্ৰমাণ খুজিলে। মই কল্পনাও কৰিব নোৱাৰিছিলো যে তেওঁ ইমানখিনি ভয়ংকৰ কাম কৰিব পাৰে।”- মানুহজনৰ পত্নীয়ে এইদৰে কয়।

আৰক্ষীয়ে কয় যে মানুহজনে দুবছৰ পূৰ্বে তেওঁৰ পত্নীৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ সন্তানে জন্ম লাভ কৰাৰ পাছতে সন্তানটোৰ মৃত্যু হৈছিল।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd