• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ঘুৰি আহিছে তালিবানী শাসন! নতুন ফতোৱা জাৰি; ‘দাসী’ বিচাৰি ধৰ্মীয় নেতাক নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2021 1:49 pm
Taliban orders
521
VIEWS
Share on FacebookShare on Twitter

যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ বহু অঞ্চল সম্প্ৰতি তালিবানৰ নিয়ন্ত্ৰণত। দেশখনৰ অধিকাংশ অঞ্চল দখল কৰাৰ লক্ষ্যৰে চলি আছে যুদ্ধ। ইয়াৰ মাজতে নতুন ফতোৱা জাৰি কৰিছে তালিবানী সংগঠনে।

দেশখনৰ ১৫বছৰৰ উৰ্ধৰ ছোৱালী আৰু ৪৫বছৰৰ তলৰ যিসকল বিধৱা মহিলা আছে তেওঁলোকৰ নামৰ তালিকা শীঘ্ৰে তালিবানৰ হাতত তুলি দিয়াৰ নিৰ্দেশ দিছে আফগান ধৰ্মীয় নেতাসকলক।

বাতৰি অনুসৰি, সেই মহিলাসকলৰ সৈতে তালিবানৰ সদস্যৰ বিয়া পতাৰ কথা কোৱা হৈছে। শীঘ্ৰেই তালিবানী যোদ্ধাসকলৰ সৈতে তেওঁলোকৰ বিয়া পতাই দিয়া হ’ব।

বিয়াৰ পাছত এই ছোৱালী আৰু মহিলাসকলক পাকিস্তানৰ ৱাজিৰিস্তানলৈ লৈ যোৱা হ’ব। তাত ইছলাম ধৰ্মত দীক্ষিত হোৱাৰ পাছত তেওঁলোকে হৃত গৌৰৱ ঘুৰাই পাব বুলি তালিবানে দাবী কৰিছে।

আমেৰিকা তথা নাটোৰ সেনা বাহিনী প্ৰত্যাহাৰৰ পাছতে তালিবানে আফগানিস্তান দখল কৰাৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে বহুকেইটা অঞ্চলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিছে।

কিছুদিন পূৰ্বে দেশখনৰ উত্তৰে এটা ভিতৰুৱা অঞ্চল নিজৰ দখললৈ নিয়াৰ পাছত প্ৰথম ফতোৱা জাৰি কৰিছিল তালিবানীয়ে। স্থানীয় ইমামক পত্ৰৰ দ্বাৰা কেইবাটিও নিৰ্দেশ দিছিল।

বাতৰি অনুসৰি, সেই নিৰ্দেশত কোৱা হৈছিল যে পুৰুষ সংগী অবিহনে কোনো মহিলা বজাৰলৈও যাব নোৱাৰিব। পুৰুষসকলৰ দাড়ি কটাও বন্ধ কৰাৰ কথা কোৱা হৈছিল।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd