DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তালিবান শাসকৰ দাবী ‘মহিলাসকলৰ কাম সন্তান জন্ম দিয়া, তেওঁলোক মন্ত্ৰী হ’ব নোৱাৰে’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2021 5:59 pm
613883554e3fe10bc0f60626
132
VIEWS
Share on FacebookShare on Twitter

আফগানিস্তানত ইতিমধ্যে অন্তৰ্ৱৰ্তী চৰকাৰ ঘোষণা কৰা হৈছে। এই চৰকাৰত কোনো মহিলা সদস্য নাই। কেবল এদল মোল্লা আৰু মৌলবীৰে গঠন কৰা হৈছে চৰকাৰ। তাৰ মাজতেই তালিবানী শাসনত মহিলাৰ স্থান কেনে হ’ব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

ইয়াৰ মাজতে এগৰাকী তালিবানী মুখপাত্ৰই কৈছে যে এগৰাকী মহিলা মন্ত্ৰী হ’ব নোৱাৰে। সেইটো কৰিলে তেওঁৰ আপোনাৰ এনেকুৱা লাগিব যেন তেওঁৰ ডিঙিত এনে এটা বস্তু ওলোমাই দিছে যিটোৰ ভৰ তেওঁ সহ্য কৰিব পৰা নাই।

তালিবানৰ চৰকাৰত কোনো মহিলা নথকাৰ বিৰোধিতা কৰি দেশখনৰ বিভিন্ন চহৰত মহিলাসকলে প্ৰতিবাদ কৰা দেখা গৈছে।

তাৰ মাজতে তালিবানৰ মুখপাত্ৰ চৈয়দ জেক্ৰুল্লাহ হাছিমিয়ে কয়,’’কেবিনেটত মহিলাসকলৰ কোনো প্ৰয়োজন নাই। মহিলাসকলৰ কাম কেবল সন্তান জন্ম দিয়া।‘’

আনহাতে, এই প্ৰতিবাদ গোটেই দেশখনৰ মহিলাৰ প্ৰতিবাদ হ’ব নোৱাৰে বুলিও দাবী কৰে তালিবানী মুখপাত্ৰগৰাকীয়ে।

উল্লেখ্য যে কাবুল দখল কৰাৰ পাছত তালিবানে মহিলাসকলৰ অধিকাৰ প্ৰসংগত প্ৰতিশ্ৰুতি দি বহু ডাহৰ ডাঙৰ কথাও কৈছিল। সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰিব বুলিও তেওঁলোকে দাবী কৰিছিল।

কিন্তু দিন যোৱাৰ লগে লগে আচল চৰিত্ৰ ওলাই পৰিছে তালিবানৰ। কাবুলৰ ৰাজপথত মহিলা প্ৰতিবাদকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক নৃশংস আক্ৰমণৰ বলি হ’বলগা হৈছে। যোৱা এদিনতে দেশখনত ২৪জনতকৈয়ো অধিক সাংবাদিকক আটক কৰিছে তালিবানে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd