• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডু বিধানসভাৰ দ্বিতীয় ধনী বিধায়ক বিজয়; ১৩ গুণ বেছি সম্পত্তিৰে শীৰ্ষত বিৰোধী দলৰ নেতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 7:53 am
144
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা থালাপতি বিজয়ে। তেওঁৰ উত্থানে ৰাজ্যৰ ৰাজনীতিত নতুন দিগন্ত মুকলি কৰিছে, কিন্তু কেৱল জনপ্ৰিয়তাই নহয় – তেওঁৰ ধন-সম্পত্তিৰ বাবেও তেওঁৰ শিৰোনামত। একাধিক বাতৰি অনুসৰি তেওঁ তামিলনাডু বিধানসভাৰ দ্বিতীয়গৰাকী ধনী বিধায়ক। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান ৬৪৮ কোটি টকা।

বিজয়ে দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ মূল্য ৪২৬.২০ কোটি টকা, আৰু তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ২২২.৬৫ কোটি টকা। যোৱা বিত্তীয় বৰ্ষত তেওঁ ১৮৪ কোটি টকা উপাৰ্জন কৰিছে – নতুন বিধায়কৰ ভিতৰত সৰ্বাধিক। অৰ্থাৎ জনপ্ৰিয়তা, ক্ষমতা আৰু উপাৰ্জনৰ সকলো দিশতে তেওঁ এতিয়া নিঃসন্দেহে চকু কপালত তুলিব পৰা ব্যক্তিত্ব।

Apply Now

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু তামিলনাডু ইলেকচন ৱাচৰ বিশ্লেষণৰ পৰা এই তথ্য ওলাইছে। ২০২৬ চনৰ নিৰ্বাচনত জয়ী হোৱা ২৩৩ বিধায়কৰ শপতনামা পৰীক্ষা কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন।

প্ৰতিবেদনত কোৱা হৈছে যে একমাত্ৰ লালগুডি সমষ্টিৰ পৰা বিজয়ী হোৱা এআইএডিএমকেৰ বিধায়ক লিমাৰোজ মাৰ্টিনহে বিজয়তকৈ আগবাঢ়ি আছে। তেওঁৰ মুঠ সম্পত্তি ৫,৮৬৩ কোটি টকা, যিটো এই বিধানসভাত সৰ্বাধিক আৰু প্ৰায় এক বিলিয়ন ডলাৰ।

২৩৩ গৰাকী বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ ১১,২৬৫ কোটি টকা। এজন বিধায়কৰ গড় সম্পত্তি এতিয়া ৪৮.৩৫ কোটি টকা, যিটো ২০২১ চনত আছিল মাত্ৰ ১২.২৭ কোটি টকা। অৰ্থাৎ যোৱা পাঁচ বছৰত বিধায়কৰ গড় সম্পদ চাৰিগুণ বৃদ্ধি পাইছে।

দলভিত্তিক গড় সম্পদ বিশ্লেষণত দেখা গৈছে যে-

• ১০৭ গৰাকী টিভিকে বিজয়ী প্ৰাৰ্থীৰ গড় সম্পদঃ ২৭.০৯ কোটি

• ৫৯ জন ডি এম কে বিজয়ী প্ৰাৰ্থীৰ গড় সম্পদঃ ১৪.৩৪ কোটি

• ৪৭ জন এআইএডিএমকে বিজয়ী প্ৰাৰ্থীৰ গড় সম্পদঃ ১৫২.৮৯ কোটি

• ৫ জন কংগ্ৰেছ বিজয়ী প্ৰাৰ্থীৰ গড় সম্পদঃ ১৭.৮১ কোটি

দেওবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সময়ত বিজয়ে কয়, “মোৰ বাহিৰে আন কোনো পালাৰ চেন্টাৰ নাথাকিব। মইয়েই একমাত্ৰ পাৱাৰ চেন্টাৰ হ’ম।”

ৰাজনৈতিক নাটকৰ অন্তত চাৰিদিনৰ ৰুদ্ধশ্বাস পৰিস্থিতি অতিক্ৰমি শপত গ্ৰহণ কৰা বিজয় এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু – এফালে তেওঁৰ তাৰকাৰ খ্যাতি, আনফালে বিপুল ধন-সম্পত্তি – যি দুয়োটাই মিলি তামিলনাডুৰ ৰাজনীতিত তেওঁক লৈ এক নতুন সংজ্ঞা নিৰূপিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd