• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কা-বিৰোধী” নায়ক-নায়িকা, গায়ক-গায়িকা বিচাৰি হাবাথুৰি খাইছে তৰুণ গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2020 6:46 pm
Zubeen Garg

আজি বোকাখাতত জুবিন গাৰ্গ।

2.8k
VIEWS
Share on FacebookShare on Twitter

অসমত খালী হোৱা ৰাজ্যসভাৰ ৩খন আসনৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধীৰ প্ৰাৰ্থীক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ জল্পনা-কল্পনা বৃদ্ধি পাই আহিছে।

অহা ২৬ মাৰ্চত তিনিওখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু তাত শাসকীয় মিত্ৰজোঁট ২খন আসনত জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ আছে।

তৃতীয়খন আসন “ঐক্যবদ্ধ বিৰোধী”য়ে দখল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এতিয়াও বিৰোধীয়ে এজন উমৈহতীয়া প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই।

কিন্তু অলপতে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে প্ৰাৰ্থিত্বৰ বাবে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ নাম লোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছত এইবাৰ আন এজন কা-বিৰোধী শিল্পী জুবিন গাৰ্গৰ নাম লোৱা বুলি জানিব পৰা গৈছে।

আনহাতে আজি বোকাখাতত শিল্পী জুবিন গাৰ্গে এই বিষয়ত তেওঁৰ অজ্ঞতা প্ৰকাশ কৰে। লগতে তেওঁৰ ৰাজনীতিৰ প্ৰতি থকা আগ্ৰহহীনতাও প্ৰকাশ কৰে।

“মোৰ ৰাজনীতিৰ প্ৰতি কোনো আগ্ৰহ নাই। কিন্তু ৰাজ্যসভাৰ কথা সুকীয়া। ৰাজ্যসভালৈ বিভিন্ন ৰাজ্যৰ পৰা সুপৰিচিত ব্যক্তিসকলক প্ৰেৰণ কৰা হয়। মই এতিয়া একো নকওঁ। গুৱাহাটী পাই লওঁ”, সংবাদ মাধ্যমৰ আগত জুবিনৰ মন্তব্য।

বৰষাৰাণীৰ পিছতে জুবিনৰ নাম লোৱাত তৰুণ গগৈয়ে কা-বিৰোধী চিনাকি মুখৰ সন্ধানত থকা বুলি অনুমান কৰিব পাৰি।

উল্লেখ কৰিব পাৰি যে যোৱা প্ৰায় দুমাহ ধৰি চলা কা-বিৰোধী আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে জুবিন আৰু বৰষাৰাণী বিষয়াই। কৃষক মুক্তি, আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অন্যান্য দল-সংগঠনৰ সমান্তৰালভাৱে অসমৰ শিল্পীসকলেও নেতৃত্ব লৈ আহিছে। এই আন্দোলনত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু জুবিনে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd