• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত সলনি হ'ল  নিম্ন আদালতৰ ৰায়। নিজৰেই কনিষ্ঠ সহকৰ্মীক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱাৰ গোচৰত 'তহেলকা'ৰ প্ৰাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত কৰিছে মুম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 1:30 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত সলনি হ’ল  নিম্ন আদালতৰ ৰায়। নিজৰেই কনিষ্ঠ সহকৰ্মীক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱাৰ গোচৰত ‘তহেলকা’ৰ প্ৰাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত কৰিছে মুম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে। ২০২১ চনত নিম্ন আদালতে প্ৰদান কৰা খালাছৰ নিৰ্দেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

ন্যায়াধীশ ড° নীলা গোখলে আৰু ন্যায়াধীশ অমিত জামছান্দেকাৰক লৈ গঠিত দ্বিসদস্যীয় খণ্ডপীঠে গোৱা চৰকাৰৰ আপীল গ্ৰহণ কৰি এই ৰায় ঘোষণা কৰে। ভাৰতীয় দণ্ডবিধিৰ (IPC) ৩৭৬(২)(f), ৩৭৬(২)(k), ৩৫৪A আৰু ৩৫৪B ধাৰাৰ অধীনত নিজৰ কনিষ্ঠ সহকৰ্মীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰাৰ অপৰাধত তেজপালক দোষী সাব্যস্ত কৰা হৈছে।

 

ৰায় ঘোষণাৰ সময়ত ৬২ বছৰীয়া তৰুণ তেজপাল নিজে আদালতত উপস্থিত আছিল। তেওঁ নিজকে এই ঘটনাৰ ‘ভুক্তভোগী’ বুলি দাবী কৰি নিজৰ বয়সলৈ চাই ন্যায়ালয়ৰ ওচৰত ৰেহাইৰ আবেদন জনায়। আনহাতে, তেজপালৰ অধিবক্তাই ঘটনাটো ১৩ বছৰ পুৰণি বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত আপীল কৰাৰ সুবিধাৰ্থে এই ৰায়ৰ ওপৰত ৮ সপ্তাহৰ স্থগিতাদেশৰ অনুৰোধ জনায়।

 

ইফালে, তেজপালৰ ৰেহাই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে চৰকাৰী পক্ষৰ অধিবক্তা তথা ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। তেওঁ যুক্তি দৰ্শাই কয়, “ভুক্তভোগী যুৱতীগৰাকী অভিযুক্তৰ নিজ জীয়ৰীৰ সমবয়সীয়া আছিল। যেতিয়া এগৰাকী মহিলাই ‘নহয়’ (No) বুলি কয়, তাৰ অৰ্থ সদায় ‘নহয়’। সমাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণৰ বাবেই এই গোচৰত কোনো ধৰণৰ ৰেহাই দিয়া উচিত নহয়।

২০১৩ চনৰ নৱেম্বৰ মাহত ‘তহেলকা’ৰ এগৰাকী কনিষ্ঠ সহকৰ্মীয়ে তেজপালৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ঘটনাৰ পিছতে তেজপালে ভুক্তভোগী মহিলাগৰাকীলৈ ইমেইল প্ৰেৰণ কৰি নিজৰ কাৰ্যৰ বাবে চৰ্তহীনভাৱে ক্ষমাও বিচাৰিছিল।

 

উল্লেখযোগ্য যে, পৰ্যাপ্ত প্ৰমাণৰ অভাৱ দৰ্শাই ২০২১ চনৰ মে’ মাহত মাপুচাৰ বিশেষ আদালতে তেজপালক সকলো অভিযোগৰ পৰা দোষমুক্ত কৰিছিল। নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত গোৱা চৰকাৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ত চৰকাৰী পক্ষই অভিযোগ কৰে যে, নিম্ন আদালতে মূল অপৰাধৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ভুক্তভোগী মহিলাগৰাকীৰ ঘটনা-পৰৱৰ্তী আচৰণকহে বিচাৰৰ আওতালৈ আনিছিল। আনকি তেজপালে প্ৰেৰণ কৰা ক্ষমা প্ৰাৰ্থনাৰ ইমেইলৰ দৰে গুৰুত্বপূৰ্ণ প্ৰমাণকো নিম্ন আদালতে সম্পূৰ্ণৰূপে আওকাণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd