• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মজুৰি বৃদ্ধিৰ দাবীত ১২ ঘণ্টীয়া চাহ বাগিছা বন্ধ : কোকৰাঝাৰত মুখ্য মন্ত্ৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , August 20, 2018 9:15 pm

2 min read

IMG_20180820_092200
79
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে শাসনলৈ অহাত মাত্ৰ ৩৫ টকাহে বৃদ্ধি কৰিলে। সেয়েহে আজি অসমৰ সকলো বাগিচাৰ কামকাজ ১২ ঘণ্টাৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে  চাহ শ্ৰমিক-কৰ্মচাৰীসকলে।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰৰ দাওলাবাৰীৰ চাহ ফেক্টৰীৰ সমীপত প্ৰায় ৫০০ ৰো অধিক শ্ৰমিক একগোট হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পল্লৱ লোচন দাস আৰু চাহ জনজাতিৰ নেতা পৱনসিং ঘাটোৱাৰৰ প্ৰতিমূৰ্তি দাহেৰে পৰিৱেশ উত্তাল কৰি তোলে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাকৰাই সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যিক চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ প্ৰতিশ্ৰুতি মিথ্যাচাৰত পৰিণত হৈছে।

উল্লেখ্য যে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আছাৰ লগতে চাহ মজদুৰ সংঘ, শ্ৰমিক সংগঠন আৰু ছাত্র সংগঠন সমূহে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু আমাৰ দাবীক আজিলৈ চৰকাৰে কোনো সহাৰি দিয়া পৰিলক্ষিত হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে।

লাকৰাই কয় যে আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো বিজেপিয়ে ৰাজনৈতিক ইচ্যু কৰাৰ লক্ষ্য বান্ধি লৈছে। সেয়ে তেওঁলোকে আমাৰ এই দাবীক গুৰুত্ব প্ৰদান কৰা নাই।

আনহাতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰসংগটো যদি চৰকাৰে শীঘ্ৰে নিষ্পত্তি নকৰে তেন্তে অসমৰ সকলো চাহ ফেক্টৰী বন্ধ কৰি দিয়া হ’ব বুলিও ছাত্ৰ সংগঠনটোৱে ভাবুকি প্ৰদান কৰে।

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd