• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত শ্ৰমিকৰ মাটি চৰকাৰী ভূমি বুলি দখলৰ অভিযোগ : চাহ শ্ৰমিকৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 21, 2021 5:37 pm

2 min read

tea-worker-protest
177
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বিধায়ক তথা অসমৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ ছত্ৰছায়াত ক্ৰমাৎ ধনবলী আৰু বাহুলী হৈ উঠিছে একাংশ দালাল, ঠিকাদাৰ। মন্ত্ৰী আশীষধন্য উক্ত চক্ৰটোৱে বোকাখাতৰ বিধান সমষ্টি অন্তৰ্গত চাহ শ্ৰমিকৰ মাটি বলপূৰ্বকভাৱে কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

বোকাখাত বিধানসভা সমষ্টিৰ পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাতীখুলিৰ ৰঙাজান চাহ বাগিছাৰ শ্ৰমিকে পুৰুষানুক্ৰমে ভোগ দখল কৰি খাজনা দি অহা ভূমি একাংশ বাহুবলী আৰু ধনবলী অগপৰ স্থানীয় নেতাই চক্ৰান্ত কৰি দখল কৰাৰ অভিযোগ উঠিছে।

স্থানীয় গাঁওবুঢ়াৰ সহযোগত অগপৰ পালিনেতা, ঠিকাদাৰে চক্ৰান্তমূলকভাৱে ভূমি দখল কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি মন্ত্ৰী অতুল বৰাৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় চাহ শ্ৰমিকসকলে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ হাতীখুলি প্ৰাথমিক গোটে এই ভূমি দখল কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে একাংশৰ ৰাইজৰ সহযোগ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছে।

যি সময়ত চৰকাৰে জাতি, মেটি, ভেটি সুৰক্ষাৰ শ্ল’গান দি ক্ষমতা দখল কৰিছিল সেই সময় চৰকাৰ অংশীদাৰ এটা দলৰ বাহুবলী, ধনবলী পালিনেতা দালালে দুখীয়া শ্ৰমিক শ্ৰেণী লোকৰ ভূমি দখল কৰা কাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে।

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাজিৰঙা আৰু বোকাখাত সমিতিয়ে বহু বছৰ ধৰি খাজনা দি অহা শ্ৰমিকৰ ভূমি কোনো কাৰণতে এক ইঞ্জিয়ো এৰি দিয়া নহ’ব বুলি সকিয়নী প্ৰদান কৰিছে।

ইফালে বিজেপি দলৰ ৰাজ্যিক কমিটিৰ পৰমেশ্বৰ পানিকাই উক্ত ভূমিৰ সম্পৰ্কে মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনা কৰিবলৈ যাওঁতে ‘মোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছা, গোচৰ তৰি জেইলত ভৰাই থ’ম’ বুলি ভাবুকি প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

বোকাখাত ৰাজহ চক্ৰ বিষয়াই জনোৱা অনুসৰি স্থানীয় ৰাইজৰ উন্নয়ৰ বাবে কাজিৰঙাত এখন গাহৰি প্ৰজনন কেন্দ্ৰ স্থাপনৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ভূমি বিচাৰি এক প্ৰস্তাৱ আগবঢ়াইছিল।

মন্ত্ৰীৰ প্ৰস্তাৱ মৰ্মে গোলাঘাট আৰু কাৰবি অংলং জিলাৰ সীমান্তৱৰ্তী হাতীখুলি বাগিছাৰ গাঁৱত থকা চৰকাৰী ভূমিৰ মুঠ ৮৬ বিঘা ৩ কঠা ১৩ লেচা মাটিৰ পৰা ৬ বিঘা মাটি অসম চৰকাৰৰ পশুপালন বিভাগৰ দ্বাৰ নিৰ্মাণ কৰিবলগীয়া গাহৰি প্ৰজনন কেন্দ্ৰটোৰ বাবে আৱণ্টন দিয়া হয়।

এই ভূমি আৱণ্টনৰ ক্ষেত্ৰত ম্যাদি পট্টাৰ মাটি কাঢ়ি লোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। ইয়াৰ পিছতে ৰাজহ বিভাগৰ মণ্ডলৰ দ্বৰা সেই ভূমি পুনৰ জোখ-মাপ কৰি ঠিকাদাৰক চমজাই দিয়া বুলিও বিভাগীয় সূত্ৰে প্ৰকাশ পাইছে।

Recent News

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

rishabh pant century 3

বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd