• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্তব্যৰত অৱস্থাতে চাহ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰৰ চণ্ডিঘাট চাহ বাগিচাত তীব্ৰ উত্তেজনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2021 8:12 pm

1 min read

কৰ্তব্যৰত অৱস্থাতে চাহ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰৰ চণ্ডিঘাট চাহ বাগিচাত তীব্ৰ উত্তেজনা

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

184
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে পুৱা কাছাৰ জিলাৰ চণ্ডিঘাট চাহ বাগিচাত কৰ্মৰত অৱস্থাত এগৰাকী চাহ শ্ৰমিকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বাগিচাখনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, চণ্ডিঘাট চাহ বাগিচাত কৰ্মৰত অৱস্থাতে বিমল তাঁতি নামৰ চাহ শ্ৰমিক গৰাকী অসুস্থ হৈ পৰে।

অসুস্থ শ্ৰমিক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

বিমল তাঁতিৰ মৃত্যুৰ পাছতে চাহ বাগিচাখনৰ শ্ৰমিক সকলৰ মাজত উত্তেজনাই বিৰাজ কৰে। উত্তেজিত শ্ৰমিক সকলে উপযুক্ত চিকিৎসাৰ অভাৱতে বিমল তাঁতিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে।

বৃহস্পতিবাৰে পুৱাৰে পৰা বাগিচাৰ শ্ৰমিক সকলে বাগিচাৰ কাম-কাজ বন্ধ ৰাখি বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী শ্ৰমিক সকলে বাগিচা কৰ্তৃপক্ষক বিমল তাঁতিৰ পৰিয়ালক উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে বাগিচাত চিকিৎসকৰ উপস্থিতি নিশ্চিত কৰিবলৈয়ো কৰ্তৃপক্ষক আহ্বান জনায়।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd