• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিকিৎসা কৰ্মীৰ পাছত ম্যানমাৰত সামৰিক চৰকাৰৰ বিৰদ্ধে শিক্ষকৰ অসহযোগ কাৰ্য্যসূচী ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 6, 2021 6:54 am

1 min read

চিকিৎসা কৰ্মীৰ পাছত ম্যানমাৰত সামৰিক চৰকাৰৰ বিৰদ্ধে শিক্ষকৰ অসহযোগ কাৰ্য্যসূচী ঘোষণা
182
VIEWS
Share on FacebookShare on Twitter

ম্যানমাৰৰ শেহতীয়া সামৰিক অভ্যুত্থানৰ প্ৰতিবাদত শুকুৰবাৰে দেশখনৰ শিক্ষক সকলে জন অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰিছে।

জন অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰি ম্যানমাৰৰ একাংশ শিক্ষকে তেওঁলোকে নতুন সামৰিক চৰকাৰৰ অধীনত কাম নকৰে বুলি মন্তব্য কৰে।

‘‘অগণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা কাঢ়ি অনা সামৰিক চৰকাৰ আমি নিবিচাৰো,’’ এগৰাকী প্ৰতিবাদী শিক্ষকে এনেদৰে কয়।

উল্লেখযোগ্য যে, শিক্ষক সকলৰ পূৰ্বে ম্যানমাৰৰ চিকিৎসা কৰ্মী সকলেও সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অসহযোগ ঘোষণা কৰিছিল।

চিকিৎসা কৰ্মী সকলে হাতে হাতে ৰঙা ফিটা মাৰি সামৰিক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰ্ম বিৰতি পালন কৰে।

কোভিডৰ সংক্ৰমণৰ সময়ত দেশখনৰ স্বাস্থ্য কৰ্মী সকলে চিকিৎসালয়ত কাম নকৰাৰো হুংকাৰ প্ৰদান কৰিছে।

আনহাতে, ৰাষ্ট্ৰসংঘৰ মজিয়াতো ম্যানমাৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা হয়।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শীঘ্ৰে বন্দী নেত্ৰী চ্যু কীক মুকলি কৰি দিয়াৰ বাবে ম্যানমাৰ সেনাক নিৰ্দেশ দিছে।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd