• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Teacher Transfer Portal: ৰাজ্যত মুকলি হ’ল শিক্ষকৰ বদলিকৰণৰ পৰ্টেল, কেনেকৈ কৰিব আবেদন?সৱিশেষ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 22, 2021 8:17 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বদলিৰ বাবে এতিয়া আৰু ৰাজ্যৰ কোনো শিক্ষকেই গুৱাহাটীলৈ তাঁত-বাতি কাঢ়িব নালাগে।

ৰাজ্যৰ শিক্ষা বিভাগে আজি শিক্ষকৰ বদলিকৰণৰ বাবে মুকলি কৰিলে এক বিশেষ প’ৰ্টেল।

এই প’ৰ্টেলৰ জৰিয়তেই প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বদলিৰ বাবে নাম পঞ্জীয়ন কৰিব পাৰিব।

শিক্ষা বিভাগে শিক্ষকৰ বদলিকৰণৰ বাবে মুকলি কৰা এই প’ৰ্টেলৰ নাম হৈছে “Teacher Transfer Management System” চমুকৈ TTMS।

নিজৰ পচন্দৰ ঠাইলৈ বদলি হ’ব বিচৰা শিক্ষক-শিক্ষয়িত্ৰীয়ে এই প’ৰ্টেলৰ জৰিয়তে ১০ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব পাৰিব।

Apply Now

অৰ্থাৎ আবেদনৰ অন্তিম দিন হৈছে ১০ ডিচেম্বৰ।

বদলিৰ বাবে আবেদন কৰিব বিচৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে

https://hrmsassam.in ৱেৱচাইটলৈ গৈ পঞ্জীয়ন আৰু আবেদন কৰিব পাৰিব।

কিদৰে কৰিব বদলিৰ আবেদন?

নিজৰ পচন্দৰ ঠাইলৈ বদলি বিচৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে TTMS প’টেলত নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন আৰু চাকৰি সম্পৰ্কীয় তথ্য আদি আপলোড কৰিব লাগিব।

শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ চাকৰিৰ সবিশেষ তথ্য আপলোড কৰাৰ পিছতহে তেওঁলোকে বদলিৰ বাবে আগ্ৰহী পচন্দৰ ঠাইৰ কথা উল্লেখ কৰাৰ সুবিধা পাব।

অনলাইন যোগে বদলিৰ আবেদন কৰিবলৈ এই কেইটা কাম কৰিব লাগিব—

(যিহেতু প’টেলটোৰ এনে স্তৰ সমূহ ইংৰাজীতে চিহ্নিত কৰা হৈছে সেয়ে সেইবোৰ ইংৰাজীতে উল্লেখ কৰা হ’ল)।
প্ৰথমে https://hrmsassam.in ৱেবচাইটলৈ যাওঁক।

# প’ৰ্টেলৰ সোঁপিনে ওপৰত থকা “Create Account” button ত ক্লিক কৰক।

# সৱিশেষ সন্নিবিষ্ট কৰক- নাম, ইমেইল আইডি, লিং, জন্মৰ তাৰিখ, মোবাইল ফোনৰ নম্বৰ অন্তৰ্ভুক্ত কৰক।এটা password বাচি লওঁক আৰু submit buttonটো টিপক।

# ইয়াৰ পিছত পুনৰ TTMS portal খুলিলৈ Login buttonটো টিপক ।

# Login কৰাৰ পিছত আপুনি ১১ টা বিশেষ বিষয়ৰ তথ্য সন্নিবিষ্ট কৰিব লাগিব। সেইবোৰ হ’ল—
# বিদ্যালয়ৰ সৱিশেষ
# ব্যক্তিগত বিষয়ৰ সৱিশেষ।
# শিক্ষাগত অৰ্হতা।
# অন্যান্য অৰ্হতা।
# চাকৰিৰ সৱিশেষ।
# Salary Accounts আৰু অন্যান্য বিভাগীয় Accountৰ সৱিশেষ।
# চাৰ্ভিছ ৰেকৰ্ড।
# বঁটা আদি লাভ কৰিছে যদি তাৰ তথ্য।
# পদোন্নতিৰ তথ্য।
# অন্যান্য তথ্য।
# এই সন্দৰ্ভত যাৱতীয় নথি আদি আপলোড কৰিব লাগিব।
শেষত প্ৰ-পত্ৰ খন ছাবমিট কৰক।
কি কি নথিৰ প্ৰয়োজন হ’ব?
বদলিৰ বাবে ইচ্ছুক শিক্ষক-শিক্ষয়িত্ৰীসকলে উল্লেখ কৰা এই নথি সমূহ বাধ্যতামূলক ভাবে আপলোড কৰিব লাগিব—
# TETৰ মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ।
# D. El Ed. বা B. Ed ৰ মাৰ্কশ্বিট।
# HSSLC ৰ মাৰ্কশ্বিট
# স্নাতকৰ মাৰ্কশ্বিট।
# জন্মৰ প্ৰমাণপত্ৰ।
# নিয়োগ পত্ৰ।

অৱশ্যে ২০০১ চনৰ ৩ ছেপ্তেম্বৰৰ পূৰ্বে যোগদান কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে TETৰ মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰ,D. El Ed. বা B. Ed ৰ মাৰ্কশ্বিট আপলোড কৰাটো বাধ্যতামূলক নহয়।

নথি-পত্ৰৰ আকাৰ কেনে হ’ব লাগিব?

# আপলোড কৰা যাৱতীয় নথি-পত্ৰৰ আকাৰ 300KB তকৈ অধিক হ’ব নালাগিব।

ফটো আৰু স্বাক্ষৰ

বদলি হ’বলৈ বিচৰা শিক্ষক-শিক্ষয়িত্ৰীয়ে তেওঁৰ এখন স্পষ্ট ফটো আৰু স্কেন কৰা স্বক্ষৰ আপলোড কৰিব লাগিব।

ফটো আৰু স্বাক্ষৰৰ আকাৰ 50 KB তকৈ অধিক হ’ব নালাগিব।

তথ্য আপলোড, পঞ্জীয়ন, আবেদনৰ আৰম্ভনি তাৰিখ ২২ নৱেম্বৰ, ২০২১।

তথ্য আপলোড, পঞ্জীয়ন, আবেদনৰ শেষ তাৰিখ ১০ ডিচেম্বৰ, ২০২১।

হেল্পলাইন ৱেৱচাইট আৰু ফোন নম্বৰ— [email protected] বা 18003453586

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd