• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত অসুবিধাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দল; ব্যৱহাৰৰ বাবে অনুপযোগী হোটেলৰ জিম,উপায়ন্তৰ কোহলী-ৰোহিতে ল’লে বিশেষ ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2024 3:02 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত অনুশীলন ক্ষেত্ৰখনৰ পৰাই আৰম্ভ হৈছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰত্যাহ্বান । টি-২০ বিশ্বকাপ খেলাৰ সময়ত বিৰাট কোহলী, ৰোহিত শৰ্মাই পথৰ কাষৰ মুকলি পাৰ্কত অনুশীলন কৰিবলগীয়া হৈছিল। এইবাৰ ভাৰতীয় দলটো আন এক সমস্যাৰ সন্মুখেন হৈছে। হোটেলৰ জিম ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই খেলুৱৈসকল। ফলত ভাৰতীয় ক্ৰিকেটাৰসকলে হোটেলখনৰ সমীপৰ জিমত সদস্যপদ ল’বলৈ বাধ্য হৈছে।

লং আইলেণ্ডৰ এখন হোটেলত থাকি ভাৰতীয় ক্ৰিকেট দলটোৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “হোটেলৰ জিমটো ব্যৱহাৰৰ বাবে উপযুক্ত নহয়।গতিকে ক্ৰিকেটাৰসকলে ওচৰৰ জিম এটাত সদস্যপদ লৈছে। এই জিমটো আমেৰিকাত অতি বিখ্যাত। সকলো ধৰণৰ সুবিধা আছে।এতিয়া ক্ৰিকেটত শাৰীৰিক ব্যায়াম অতি প্ৰয়োজনীয়। ক্ৰিকেটাৰসকলে প্ৰতিদিনে জিমত সময় কটায়। কিন্তু হোটেলখনৰ জিমত পৰ্যাপ্ত সা-সুবিধাৰ অভাৱত সমস্যাৰ সন্মুখীন হৈছে। আন এটা জিমত নামভৰ্তি কৰিবলৈ বাধ্য হৈছিল।

অনুশীলনৰ ব্যৱস্থাক লৈও বিচলিত হৈ পৰিছে ভাৰতীয় দলটো। প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয় যে শেষ মুহূৰ্তত সকলো ব্যৱস্থা কৰা হৈছিল। ফলত ব্যৱধানৰ সৃষ্টি হয়। ইমান দিনে ষ্টেডিয়ামত অনুশীলন কৰি থকা ভাৰতীয় ক্ৰিকেটাৰসকলে পাৰ্কত অনুশীলন কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে। আনকি মিডিয়া চেণ্টাৰত সাংবাদিকৰ বাবেও খাদ্যৰ ব্যৱস্থা কৰা হোৱা নাছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে নিজা উদ্যোগত দেশৰ সাংবাদিকসকলৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিছে।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd