• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ ইংলেণ্ডৰ বিৰুদ্ধে হ’ব লগা খেলত প্ৰথমবাৰৰ বাবে গেৰুৱা জাৰ্চি পিন্ধি ফটোৰ বাবে পজ দিলে কোন কোন ভাৰতীয় ক্ৰিকেটাৰে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 29, 2019 12:25 pm

1 min read

orange-new-jersey-team-india-

নতুন জাৰ্চিৰ সৈতে টীম ইণ্ডিয়াৰ খেলুৱৈ সকল। উৎস-ইণ্টাৰনেট

2.8k
VIEWS
Share on FacebookShare on Twitter

‘আই চি চি বিশ্বকাপ ২০১৯’ৰ কাইলৈ অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলখনত ভাৰতীয় দলটোৱে তেওঁলোকৰ বিকল্প জাৰ্চি পৰিধান কৰি খেলপথাৰত অৱতীৰ্ণ হ’ব।

শুকুৰবাৰে আনুষ্ঠানিক ভাৱে মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মা, য়ুবেন্দ্ৰ চাহল, কে এল ৰাহুল, মহম্মদ চামী, জাচপ্ৰীত বুমৰাহ আদিৰ দৰে তাৰকা খেলুৱৈ সকলে নতুন জাৰ্চিটো পৰিধান কৰি ফটোৰ বাবে পজ দিয়ে। বিকল্প জাৰ্চিটো পিছপিনৰ পৰা গেৰুৱা আৰু সন্মুখভাগ নীলা ৰঙেৰে দেখা যাব।

এই সন্দৰ্ভত বিশেষ খৱৰ ৰখা এক সূত্ৰই জানিব দিয়া মতে বেছিভাগ লোকে ভৱাৰ দৰে ই সেই জাৰ্চি নহয়। ই এক প্ৰকাৰ বিকল্প জাৰ্চিহে আৰু এয়া আই চি চিৰ খেলৰ নিয়মৰ আধাৰত প্ৰচলিত।

সূত্ৰটোৱে কয়, ‘’বিভিন্ন মহলে এই জাৰ্চিক লৈ বিভিন্ন মন্তব্য কৰিছে। ইয়াক এতিয়া জাৰ্চি বুলি কোৱা হৈছে যদিও ই সেয়া নহয়। ই এক বিকল্প জাৰ্চিহে যিটো ভাৰতীয় ক্ৰিকেট দলে অহা ৩০ জুনত ইংলেণ্ডৰ সৈতে হ’বলগীয়া খেলখনত পৰিধান কৰিব। আই চি চিৰ নিয়ম অনুসৰি আয়োজক দেশে আই চি চিৰ প্ৰতিযোগিতাৰ খেলত নিজৰ জাৰ্চিৰ ৰং অক্ষুন্ন ৰাখিব লাগে। সেয়েহে, ভাৰতীয় দলৰ জাৰ্চিৰ ৰঙো আয়োজক ইংলেণ্ডৰ দৰে নীলা হোৱাত ভাৰতৰ জাৰ্চিত পৰিৱৰ্তন অনা হ’ল।‘’

শুকুৰবাৰে আই চি চি আৰু বি চি চি আই য়ে টুইটাৰ যোগে ভাৰতীয় দলৰ নতুন জাৰ্চিৰ ফটো ক্ৰিকেট প্ৰেমীসকলৰ বাবে শ্বেয়াৰ কৰে।

Recent News

20210307_195712

নিষ্কন্টক নহয় কেশৱ মহন্ত! অগপৰ দুৰ্গ ভেদিবলৈ এইবাৰ কলিয়াবৰত সাজু কংগ্ৰেছ

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd