• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বকাপত অনুৰাগীক হতাশ কৰা টীম ইণ্ডিয়াক গুৱাহাটীত প্ৰত্যাহ্বান জনাব জিম্বাবুৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 18, 2019 6:11 pm

1 min read

Indian Cricket Team

ভাৰতীয় ক্ৰিকেট দলৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

803
VIEWS
Share on FacebookShare on Twitter

বিশ্বকাপত ক্ৰিকেট অনুৰাগীক হতাশ কৰি ছেমি ফাইনেলৰ পৰা বিদায় লোৱা টীম ইণ্ডিয়াক গুৱাহাটীত প্ৰত্যাহ্বান জনাব জিম্বাবুৱে।

অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিবলগীয়া জিম্বাবুৱে ক্ৰিকেট দলটোৱে পাঁচ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ প্রথমখন টি-২০ ত ঘৰুৱা দল ভাৰতৰ মুখামুখি হ’ব।

উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ জানুৱাৰিত ভাৰত ভ্ৰমণলৈ আহিবলগীয়া জিম্বাবুৱে ক্ৰিকেট দলটোৱে ভ্ৰমণসূচীত তিনিখন টি-২০ খেলত অংশগ্ৰহণ কৰিব।

শৃংখলাৰ প্ৰথমখন টি-২০ খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় খেল দুখন অনুষ্ঠিত হ’ব ক্ৰমে সাত জানুৱাৰিত ইন্দোৰত আৰু দহ জানুৱাৰিত পুণেত।

নৱ নিৰ্মিত অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ২০১৭ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেল (টি-২০) অনুষ্ঠিত হৈছিল য’ত ভাৰতীয় দলটো পৰাস্ত হৈছিল।

আনহাতে, বিগত বৰ্ষত বৰ্ষাপাৰাত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্রথমখন এদিনীয়া খেল অনুষ্ঠিত হৈছিল য’ত ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্দে বিজয়ী হৈছিল।

প্ৰথম দুখন খেলৰ দৰে জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া খেলখনতো দৰ্শকে একেধৰণৰ সহাৰি দিব বুলি আশা কৰা হৈছে।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd